ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

জিভা পৰিষ্কাৰ কৰি কিয় ৰাখিব লাগে?পৰিষ্কাৰ জিভা সুস্বাস্থ্যৰ লক্ষণ

স্বাস্থ্য প্ৰতিবেদন:

ASSAM TIMES POST by ASSAM TIMES POST
May 12, 2022
Reading Time: 1 min read
A A
0
জিভা পৰিষ্কাৰ কৰি কিয় ৰাখিব লাগে?পৰিষ্কাৰ জিভা সুস্বাস্থ্যৰ লক্ষণ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

প্ৰতিদিনে দাঁত মাজাৰ দৰে জিভা পৰিষ্কাৰ কৰা দৰকাৰ। চিকিৎসকৰ পৰামর্শ লৈ দিনত দুবাৰ সঠিক নিয়মত জিভা পৰিষ্কাৰ কৰা উচিত। নহ’লে বিভিন্ন ধৰণৰ সমস্যা শৰীৰত দেখা দিব পাৰে।

জিভা পৰিষ্কাৰ দৈনিক জিভা পৰিষ্কাৰ নকৰিলে তাৰ ওপৰত বগা ৰঙৰ আৱৰণ জমা হ’ব পাৰে। সেয়া দেখিবলৈ যেনেদৰে অস্বস্তিকৰ, তেনেদৰে অস্বাস্থ্যকৰো। কাৰণ তাত জন্ম হ’ব পাৰে নানা ধৰণৰ বেক্টেৰিয়া।

আৰু সেইবোৰ বহু সংক্রমণৰ কাৰণ হৈ উঠে। ইয়াৰ ফলত হজমৰ সমস্যাৰ পৰা আৰম্ভ কৰি বহু অঙ্গৰ কাম-কাজতো ব্যাঘাত ঘটে।

দৈনিক জিভা পৰিষ্কাৰ কৰাৰ উপকাৰবোৰ কি কি চাওঁ আহক :

দৈনিক জিভা পৰিষ্কাৰ কৰাৰ উপকাৰবোৰহজমৰ সুবিধা :হজমৰ প্রক্রিয়াটি আৰম্ভ হয় মুখৰ পৰাই। জিভাত ময়লা জমা হ’লে সকলো পাচন ৰস সঠিকভাবে খাদ্যত মিহলি হ’ব নোৱাৰে। ফলত হজমৰ সমস্যা হয়। জিভা পৰিষ্কাৰ থাকিলে হজম শক্তি বাঢ়ে।

• প্ৰথদূষণমুক্ত শৰীৰ : নিশা টোপনিৰ সময়ত মুখৰ ভিতৰত নানা ধৰণৰ ‘টক্সিন’ বা দূষিত বস্তু জমা হয়। পুৱা জিভা পৰিষ্কাৰ কৰিলে সেইবোৰ চাফা হয়। এইবোৰ জমা হৈ থাকিলে তাৰ প্রভাব পৰে শৰীৰৰ নানা অঙ্গৰ ওপৰত। সেইবোৰ অঙ্গৰ কামত ব্যাঘাত ঘটে।

পৰিষ্কাৰ জিভা সুস্বাস্থ্যৰ লক্ষণ:

 পৰিষ্কাৰ জিভা সুস্বাস্থ্যৰ লক্ষণ• মুখৰ দুর্গন্ধ কমে : বহুতৰেই মুখত দুর্গন্ধ হয়। তাৰ প্রধান কাৰণ হ’ব পাৰে অপৰিষ্কাৰ জিভা। নিয়মিত জিভা পৰিষ্কাৰ কৰিলে দুর্গন্ধৰ সমস্যা কমে।

• সোৱাদ লোৱাৰ ক্ষমতা বাঢ়ে : ময়লা জমা হৈ থাকিলে জিভাৰ সোৱাদ কোষবোৰ ঢাক খাই যায়। ফলত স্বাদ লোৱাৰ ক্ষমতা কমি যায়। জিভা পৰিষ্কাৰ থাকিলে খাদ্যৰ স্বাদ বেছি পোৱা যায়।

• দাঁতৰ ক্ষয় কমে : জিভাৰ ময়লাত এক ধৰণৰ বেক্টেৰিয়া জন্মায়, যিয়ে দাঁতৰ ক্ষতি কৰে। সেয়ে দাঁতৰ ক্ষয় ৰুধিবলৈ দৈনিক জিভা পৰিষ্কাৰ কৰা উচিত।

Tags: IMPORTANCE OF A CLEAN TONGUEজিভা পৰিষ্কাৰ কৰি কিয় ৰাখিব লাগে
Share4Tweet3Send

Related Posts

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
50
ADVERTISEMENT
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
50
SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন
National-International

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
50
Ozone layer : ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী
Science

Ozone layer : ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী

July 5, 2026
50
Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে
Sports News

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

SIR : উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
Ozone layer : ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী

Ozone layer : ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী

July 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx