![]()
অসম আৰক্ষী বিশেষ সঞ্চালক প্ৰধান এল.আৰ বিষ্ণই মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তি।অসম আৰক্ষীত দক্ষ বিষয়া গৰাকী ১৯৯১বেষ্টৰ আই পি এছ বিষয়া।
উল্লেখ্য যে অসম আৰক্ষীত এক দীঘলীয়া সময় সেৱা আগবঢ়াইছিল ভাৰতীয় পুলিচ সেৱা বিষয়াগৰাকীয়ে। তাপৰ্যপূৰ্ণ কথা যে অসম আৰক্ষীৰ নিযুক্তি পৰিষদৰ দায়িত্ব আছিল বিষ্ণই।













