ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

“ষ্টাৰ কিডক সিজোৱা কণীৰ দৰে দেখি”, এই মন্তব্য কৰিলে কংগনা ৰাণাৱটেঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
May 16, 2022
Reading Time: 1 min read
A A
0
“ষ্টাৰ কিডক সিজোৱা কণীৰ দৰে দেখি”, এই মন্তব্য কৰিলে কংগনা ৰাণাৱটেঃ

RELATED POSTS

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

logo new 2 1 1 4 1 3 2 | ASSAM TIMES POST

কংগনা ৰাণাৱট চলচ্চিত্ৰ উদ্যোগৰ আটাইতকৈ স্পষ্টবাদী অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী। শেহতীয়াকৈ আহিবলগীয়া ছবি “ধাকাড়” ৰ প্ৰচাৰ কৰি থকা সময়ত কংগনাক অতি উৎসাহিত হৈ থকা দেখা যায়। এটা এটাকৈ, তেওঁ উদ্যোগটোৰ সকলোকে লক্ষ্য হিচাবে লৈছিল আৰু এতিয়া তাৰকা সন্তানৰ প্ৰতি নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে অভিনেত্ৰী কংগনা ৰাণাৱটে।

কংগনাচতুৰ্থ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা কংগনাই বলীউডৰ তাৰকা সন্তানসকলৰ বাবে কি কৈছিল সেয়া শুনি আপোনালোক নিশ্চয় আঁচৰিত হ’ব।দৰাচলতে, এবিপি লাইভক দিয়া এক সাক্ষাৎকাৰত, কংগনাই মুকলিকৈ কয় যে, তেলেগু আৰু কানাড়া ছবিসমূহে কিছু সময়ৰ পৰা বক্স অফিচত খলকনিৰ সৃষ্টি কৰি আছে। তেওঁলোকে সকলোকে ঢোকে ঢোকে পানী খুৱাইছে। ‘আৰআৰআৰ’ আৰু ‘কেজিএফ অধ্যায় ২’ দুয়োখন ছবিয়ে ১০০ কোটি টকাৰ অধিক উপাৰ্জন কৰিছে।

একে সময়তে, “পুষ্পা দ্য ৰাইজে” য়ো হিন্দী সংস্কৰণত ১০০ কোটি টকাৰ ব্যৱসায় কৰিছিল। এই চলচ্চিত্ৰসমূহৰ হিন্দী সংস্কৰণে বক্স অফিচত বলীউডৰ চলচ্চিত্ৰসমূহৰ বাবে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে।  কংগনাই বিশ্বাস কৰে যে, ইয়াৰ কাৰণ হৈছে দৰ্শকে তাৰকা সন্তানক ভাল নাপায় আৰু বলীউডে তেওঁলোককে ছবিৰ অফাৰ প্ৰদান কৰে।

এই সন্দৰ্ভত কথা পাতি কংগনা ৰাণাৱটে লগতে কয় যে, দক্ষিণৰ চলচ্চিত্ৰ নিৰ্মাতাসকল তেওঁলোকৰ দৰ্শকৰ সৈতে সম্পৰ্কত থাকে। এই সংযোগটো যথেষ্ট শক্তিশালী। তেওঁ আগলৈ কয় যে, বলীউডৰ তাৰকা শিশুসকলে পঢ়িবলৈ বিদেশলৈ যায়, তাৰপিছত তেওঁলোকে ইংৰাজীত কথা পাতিবলৈ আৰম্ভ কৰে আৰু কেৱল হলীউডৰ চিনেমা চায়। তেওঁলোকে চামুচেৰে খাদ্য গ্ৰহণ কৰে আৰু তেওঁলোকৰ কথাৰ শৈলীও ভিন্ন। ইয়াৰ পিছত, কংগনাই কোৱা কথাখিনি শুনি
আপুনিও হাঁহিব।

কংগনাই কয় যে, “এই তাৰকা শিশুসকলক সিজোৱা কণীৰ দৰে দেখায়। তেওঁলোকৰ গোটেই চেহেৰাটো সলনি হৈ যায় আৰু মানুহে তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰে। এক স্পষ্টীকৰণ দি কংগনাই লগতে কয়, “মই যি ক’ব বিচাৰিছো সেয়া একেবাৰে ট্ৰ’ল নহয়।”

কেৱল সেয়াই নহয়, কংগনাই দক্ষিণৰ অভিনেতা আল্লু অৰ্জুনৰ উদাহৰণ দি কয়, “চাওক পুষ্পা কেনেকুৱা দেখায় আমি জানো, প্ৰতিজন কৰ্মীয়ে তেওঁৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হয়। আজিৰ সময়ত আমাৰ কোনজন নায়কক শ্ৰমিকৰ দৰে দেখাব পাৰে, এই চৰিত্ৰত খাপ খাব পাৰে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Kangana Ranautকংগনা ৰাণাৱট
Share4Tweet3Send

Related Posts

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ
Entertrainment

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

by News Desk
September 2, 2026
51
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
52
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
60
ADVERTISEMENT
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু
DIPHU

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
50
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
50
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d