ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফু চিকিৎসা মহাবিদ্যালয়ত তিনিটাকৈ সুস্থ কন্যা সন্তান প্ৰসৱ মাতৃৰ

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
May 19, 2022
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ বাবে সুখবৰ! ডিফু চিকিৎসা মহাবিদ্যালয়ত এগৰাকী গৰ্ভৱতী মহিলাই জন্ম দিলে তিনিটাকৈ সুস্থ কন্যা সন্তান৷

তিনিটাকৈ সুস্থ কন্যা সন্তান প্ৰসৱ মাতৃৰপ্ৰাপ্তখবৰ অনুসৰি যোৱা ১৫ মে’ বোকাজানৰ সঞ্জয় মজুমদাৰৰ গৰ্ভৱতী পত্নী ৰিংকু মজুমদাৰক বোকাজানৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত প্ৰসূতিজনিত কাৰণত ভৰ্তি কৰে যদিও তাৰ পৰা মহিলাগৰাকীক ডিফুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰে ৷

ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত ৰিংকু মজুমদাৰে ১৫ মে’, পুৱা ৫ বজাত সাধাৰণ পদ্ধতিৰে তিনিটাকৈ সুস্থ কন্যা সন্তানৰ জন্ম দিয়ে ৷

কন্যা সন্তান তিনিটাৰ ওজন ক্ৰমে, ১’৫ কেজি, ২ কেজি আৰু ১’৯ কেজি ৷ তিনিওটা শিশু যতন কক্ষত সুৰক্ষিত আছে বুলি জানিব পৰা গৈছে ৷ কন্যা সন্তান তিনিটা জন্ম দিয়াৰ পিছত মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সম্পূৰ্ণ সুস্থ হৈ আছে ৷

Tags: 3 CHILD DEVLIVERYসন্তান প্ৰসৱ
Share4Tweet3Send

Related Posts

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

by News Desk
August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
ADVERTISEMENT
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati
NORTHEAST

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

August 13, 2026
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT