![]()
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ পদ ত্যাগ প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলী।কলিকতাৰ প্ৰবীণ খেলুৱৈ গৰাকীয়ে হঠাৎ ঘোষণা কৰে বিচিচিআই অধ্যক্ষ পদ ত্যাগ কৰা কথা।উল্লেখ্য যে টুইটযোগে অধ্যক্ষ পদ ত্যাগ কৰি নতুন যাত্ৰাৰ আৰ্শীবাদ বিচাৰে দেশবাসী পৰা।
গুৰুত্বপূৰ্ণ কথা যে শেহতীয়াকৈ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ৰাজনীতিত যোগদান কৰিব বুলি সৰ্বত্ত চৰ্চা চলি আছে।তাৰ মাজতে অধ্যক্ষৰ পদ ত্যাগ কৰি নতুন যাত্ৰা আশীৰ্বাদ বিচাৰি ৰাজনীতি পথাৰত যোগদান কৰা কথা স্পষ্ট কৰিছে।অৱশ্যে আনুষ্ঠানিক ঘোষণা পাছতহে নিশ্চিত হব সকলো কথা।












