ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ধর্মীয় বিদ্বেষমূলক মন্তব্যৰে বহিষ্কৃত বিজেপি নেত্ৰী নূপুৰ শর্মাৰ বিৰুদ্ধে এফআইআৰ দিল্লী আৰক্ষীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 9, 2022
Reading Time: 1 min read
A A
0
হজৰত মহম্মদ সন্দৰ্ভত বিতর্কিত মন্তব্য বিজেপি নেতাৰ! ভাৰতীয়‌ ৰাষ্ট্রদূতক তলব ইৰান, কাটাৰ, কুৱেইটৰ

RELATED POSTS

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

ধর্মীয় বিদ্বেষমূলক মন্তব্য সন্দৰ্ভত এইবাৰ সক্রিয় হৈছে দিল্লী আৰক্ষী। বহিষ্কৃত বিজেপি নেত্ৰী নূপুৰ শর্মা আৰু নবীন জিন্দালৰ লগতে সাংবাদিক চাবা আকভি, সংখ্যালঘু নেতা চাদাব চৌহান, ধর্মীয় নেতা মৌলানা মুফতি নাদিমৰ বিৰুদ্ধে দাখিল কৰা হৈছে এফআইআৰ।

দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলেৰ ‘ইন্টেলিজেন্স ফিউচন এন্ড ষ্ট্ৰেটেজিক অপাৰেচন (আইএফএছঅ’) ইউনিট’ৰ ডেপুটি কমিছনাৰ কেপিএছ মালহোত্রাই জনোৱা মতে, পয়গম্বৰ হজৰত মহম্মদ সম্পর্কে বিতর্কিত মন্তব্যৰ বাবে নূপুৰৰ বিৰুদ্ধে এখন এফআইআৰ দাখিল কৰা হৈছে। দ্বিতীয় এফআইআৰত নাম আছে নবীন, চাবাসহ আঠজনৰ। হিন্দু মহাসভাৰ মুখপাত্র পূজা শাকুন পাণ্ডেও আছে উক্ত তালিকাত। নেট মাধ্যমত ধর্মীয় বিদ্বেষ বিয়পোৱাৰ অভিযোগত অনিল কুমাৰ মীনা, গুলজাৰ আনচাৰি, আব্দুৰ ৰহমানৰ নামতো দাখিল হৈছে এফআইআৰ।

উল্লেখ্য, পয়গম্বৰ সম্পর্কে বিতর্কিত মন্তব্যৰ বাবে ৰাষ্ট্ৰীয় মুখপাত্র নূপুৰ আৰু দিল্লীৰ নেতা নবীনক বহিষ্কাৰ কৰিছে বিজেপিয়ে। কিন্তু উক্ত শাস্তিৰ প্রতিবাদত ইতিমধ্যে নেট মাধ্যমত প্রচাৰত নামি পৰিছে বিজেপি সমর্থকসকলৰ একাংশ। ট্রেন্ডিং হৈছে ‘নূপুৰ নবীন কো ৱাপছ লো’ প্রচাৰ।

বিজেপি সমর্থক বহুতেই টুইটাৰত দলৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। দলৰ শীর্ষ নেতৃত্ব কিয় নূপুৰ-নবীনৰ কাষত নাই, তাকে লৈও প্রশ্ন তুলিছে। কিন্তু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মন্ত্রালয়ৰ দ্বাৰা নিয়ন্ত্রিত দিল্লী আৰক্ষীৰ পদক্ষেপত স্পষ্ট যে আন্তর্জাতিক মঞ্চৰ হেঁচাত পৰা নৰেন্দ্র মোদী চৰকাৰে সম্প্ৰতি ঘৃণামূলক ভাষণ বিতর্কত ‘কঠোৰ অৱস্থান’ বজায় ৰাখিব বিচাৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: নূপুৰ শর্মা
Share5Tweet3Send

Related Posts

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত
National-International

Sugar price hike : মূল্যবৃদ্ধি ৰোধৰ বাবে আমদানিকৃত চেনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ গুৰুতৰ সিদ্ধান্ত

by News Desk
August 25, 2026
50
Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ
National-International

Drugs trafficking : ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত প্ৰাক্তন এয়াৰ হোষ্টেজ, গাড়ীত লুকুৱাই আনিছিল ৩০ লাখৰ ড্ৰাগছ

by News Desk
August 25, 2026
50
Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা
National-International

Richest begger : লাখপতি ভিক্ষাৰী, মৃত্যুৰ পিছত বৃদ্ধা ভিক্ষাৰীৰ ঘৰত ওলোৱা বস্তাই বস্তাই টকা

by News Desk
August 25, 2026
50
Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ
National-International

Kashmiri Pandits issue : জম্মু-কাশ্মীৰত হিন্দু পণ্ডিতৰ বিৰুদ্ধে ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

by News Desk
August 25, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
50
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
50
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
50
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d