ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

পাকিস্তানৰ প্রাক্তন সেনাপ্রধান পাৰভেজ মুশাৰফৰ মৃত্যু!

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
June 10, 2022
Reading Time: 1 min read
A A
0
পাকিস্তানৰ প্রাক্তন সেনাপ্রধান পাৰভেজ মুশাৰফৰ মৃত্যু!

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

পাৰভেজ মুশাৰফৰ মৃত্যু হৈছে নেকি?‌ পাকিস্তানৰ প্রাক্তন সেনাপ্ৰধান পাৰভেজ মুশাৰফৰ শাৰীৰিক অৱস্থাক লৈ এতিয়া জল্পনা তুঙ্গত। বহু দিন ধৰি অসুস্থ হৈ আছে তেওঁ। শুক্রবাৰে শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত তেওঁক ভেন্টিলেটৰত ৰখা হয়। সংবাদ মাধ্যমৰ একাংশত মুশাৰফৰ মৃত্যুৰ খবৰ বিয়পি পৰিছে।

পাকিস্তানৰ প্রাক্তন সেনাপ্রধান পাৰভেজ মুশাৰফৰ মৃত্যুঅৱশ্যে সেই খবৰৰ সত্যতা স্বীকাৰ কৰা নাই পাক প্রশাসনে। আনকি পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰসকলৰো দাবী, এই খবৰ সঁচা নহয়। উল্লেখযোগ্য যে, বহু দিন ধৰি ডুবাইৰ এখন মার্কিন হস্পিটেলত চিকিৎসাধীন হৈ আছে মুশাৰফ। কিন্তু শুক্রবাৰে তেওঁৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত তেওঁক ভেন্টিলেটৰত ৰখা হয়।

পাৰভেজ মুশাৰফৰ মৃত্যুশেহতীয়া খবৰ মতে, ডুবাইলৈ ৰাওনা হৈছে মুশাৰফৰ পৰিয়ালৰ লোক।
উল্লেখ্য, ১৯৯৯ চনত নৱাজ শ্বৰিফ চৰকাৰৰ বিৰুদ্ধে সামৰিক অভ্যুত্থান ঘটাই ক্ষমতা দখল কৰিছিল পাক সেনাৰ তৎকালীন প্রধান মুশাৰফে। ২০০৮ পর্যন্ত ক্ষমতাত আছিল তেওঁ। ১৯৪৩ চনত মুশাৰফৰ জন্ম দিল্লীত। কৰাচী আৰু তুৰস্কৰ ইস্তানবুলত শৈশৱ কাটে প্রাক্তন পাক ৰাষ্ট্ৰপতিগৰাকীৰ।

লাহোৰৰ ফৰমান ক্রিশ্চিয়ান কলেজৰ পৰা মুশাৰফে গণিত বিষয় লৈ নামভর্তি কৰিলেও পৰিয়ালৰ অমতত পাকিস্তান মিলিটাৰী একাডেমিত যোগ দিয়ে ১৯৬১ চনত। ১৯৬৫ চনৰ পাক–ভাৰত যুদ্ধত অংশগ্রহণ কৰে তেওঁ। নব্বৈৰ দশকত মেজৰ জেনেৰেল মুশাৰফ এটি পদাতিক বাহিনীৰ অধিনায়কত্ব আৰু পাকিস্তান সেনাবাহিনীৰ কমান্ডো বাহিনী ‘স্পেচিয়েল ছার্ভিচেছ গ্রুপ’ৰ প্রধান হয়।

তেওঁ পিছত সেনাবাহিনীৰ সদর কাৰ্যালয়ত উপ সেনা সচিব আৰু ডাইৰেক্টৰ জেনেৰেল অব মিলিটাৰী অপাৰেচন্স ডাইৰেক্টৰেট আছিল।  ১৯৯৮ চনৰ অক্টোবৰ মাহত পাৰভেজ মুশাৰফৰ পদবী লেফটেনেন্ট–জেনেৰেলৰ পৰা পূর্ণ জেনেৰেল পদবীলৈ উন্নীত কৰে তৎকালীন প্রধানমন্ত্রী নৱাজ শ্বৰিফে। পূর্ণ জেনেৰেল হিচাবে পাৰভেজ সেনাবাহিনী প্রধান আৰু চেয়াৰমেন অব দ্য জয়েন্ট চিফছ অব ষ্টাফ কমিটিৰ দায়িত্ব পাইছিল।

১৯৯৮ চনত মুশাৰফক পাক সেনাৰ প্রধান পদত বহুৱায় তৎকালীন প্রধানমন্ত্রী নৱাজ শ্বৰিফে। সেনাপ্রধান হিচাবে ১৯৯৯ চনত ভাৰত আক্ৰমণৰ মূল পৰিকল্পনা তেওঁৰেই আছিল। পিছত নৱাজ শ্বৰিফক আঁতৰাই ক্ষমতা দখল কৰে কার্গিল যুদ্ধৰ কাৰিকৰ মুশাৰফ। শ্বৰিফক গৃহবন্দী কৰি ৰাৱালপিন্ডিৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হয়। কিন্তু তাৰ পিছত পৰিস্থিতি ওলোটা হ’বলৈ আৰম্ভ কৰে।

২০০৭ চনত দেশৰ বিৰুদ্ধে ষড়যন্ত্রমূলক কার্যকলাপ আৰু বেআইনীভাবে জৰুৰী অৱস্থা প্ৰৱৰ্তন কৰাক লৈ ২০১৩ চনত মুশাৰফৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে তৎকালীন নৱাজ শ্বৰিফ চৰকাৰে। তেওঁৰ বিৰুদ্ধে দেশ আৰু চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্রৰ অভিযোগ অনা হয়। শুনানিৰ শেষত ২০১৪ চনৰ মার্চ মাহত তেওঁক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড দিয়া হয়। অৱশ্যে উক্ত শাস্তি পিছত মাফ কৰি দিয়া হয়। এই পৰিস্থিতিতে ২০১৬ চনত দেশ এৰে প্রাক্তন পাক সেনাপ্রধানজনে।

Tags: পাকিস্তানৰ প্রাক্তন সেনাপ্রধান পাৰভেজ মুশাৰফৰ মৃত্যু
Share4Tweet3Send

Related Posts

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

by News Desk
July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

by News Desk
July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

by Staff Reporter
July 17, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

by Staff Reporter
July 17, 2026
50
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী
National-International

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

by Staff Reporter
July 17, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx