ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিজাইনাৰ প্ৰশান্ত ঘোষৰ সকীয়নিঃ “নৰ্থ ইষ্ট ইন্টাৰনেছনেল ফেশ্বন উইক” ৰ নাম চুৰি সন্দৰ্ভত আয়োজন সংবাদ মেলৰ

ASSAM TIMES POST by ASSAM TIMES POST
October 23, 2019
Reading Time: 1 min read
A A
0
ডিজাইনাৰ প্ৰশান্ত ঘোষৰ সকীয়নিঃ “নৰ্থ ইষ্ট ইন্টাৰনেছনেল ফেশ্বন উইক” ৰ নাম চুৰি সন্দৰ্ভত আয়োজন সংবাদ মেলৰ

অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ফেশ্বন জগত খনৰ এটা জনপ্ৰিয় নাম হৈছে প্ৰশান্ত ঘোষ। বিগত ২০-২৫ বছৰ ধৰি ফেশ্বন ক্ষেত্ৰখনৰ সৈতে জড়িত প্ৰশান্ত ঘোষ বৰ্তমান ক্ষোভিত হৈ পৰিছে। যোৱা ৫ বছৰ ধৰি প্ৰশান্ত ঘোষৰ উদ্যোগত অনুষ্ঠিত হৈ অহা “নৰ্থ ইষ্ট ইণ্টাৰনেছনেল ফেশ্বন উইক” শীৰ্ষক অনুষ্ঠানটোৰ নাম চুৰি সন্দৰ্ভত গুৱাহাটীস্থিত প্ৰেছ ক্লাৱত ডিজাইনাৰ গৰাকীয়ে এখন সংবাদ মেলৰ আয়োজন কৰে।

RELATED POSTS

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

WhatsApp Image 2019 10 23 at 3.58.15 PM e1571846420166 | ASSAM TIMES POST

জিতুমণি টেৰণে একে নামৰ অনুষ্ঠান এখন নিজৰ ফালৰ পৰা আয়োজন কৰি লোৱা এই ভুল পদক্ষেপত ডিজাইনাৰ প্ৰশান্ত ঘোষ ক্ষোভিত হোৱাৰ লগতে তেওঁ কয় যে- “মোৰ এই ইভেন্টটো স্বীকৃতিপ্ৰাপ্ত ট্ৰেডমাৰ্ক ফেশ্বন ইভেন্ট আৰু জিতুমণিয়ে যিখন অনুষ্ঠান আয়োজন কৰিছে তাত কোনোধৰণৰ চৰকাৰী স্বীকৃতি নাই; ইয়াৰ উপৰিও জিতুমণিয়ে বহুত নতুন প্ৰজন্মৰ ডিজাইনাৰৰ পৰা তেওঁৰ অনুষ্ঠানটোৰ বাবদ ভালে সংখ্যক টকাও সৰকাইছে।”

জিতুমণি টেৰণে অতি সোনকালে তেওঁৰ অনুষ্ঠানটোৰ নাম সলনি নকৰিলে আগন্তুক দিনৰ ভিতৰত কঠোৰ ব্যৱস্থা হাতত ল’ম বুলিও সকীয়নি দিয়ে ডিজাইনাৰ প্ৰশান্ত ঘোষে।

Tags: Featured2
Share4Tweet3Send

Related Posts

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
ADVERTISEMENT
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026
50
12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন
DIPHU

12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

June 18, 2026
50
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ
National-International

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

June 18, 2026
12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

12 years Modi govt : মোদী চৰকাৰৰ ১২ বছৰ, ডিফুত জন কল্যাণ শিবিৰৰ আয়োজন

June 18, 2026
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx