ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ৰাজ্যত ২৪ ঘণ্টাত বানত মৃত্যু ১১ জনৰ, কেন্দ্ৰৰ পৰা সকলো প্ৰকাৰৰ সাহায্যৰ আশ্বাস অমিত শ্বাহৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 21, 2022
Reading Time: 1 min read
A A
0
ৰাজ্যত ২৪ ঘণ্টাত বানত মৃত্যু ১১ জনৰ, কেন্দ্ৰৰ পৰা সকলো প্ৰকাৰৰ সাহায্যৰ আশ্বাস অমিত শ্বাহৰ

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

ক্ৰমাৎ ‌অৱনতি ঘটিছে ৰাজ্যৰ বান পৰিস্থিতিৰ। ভূমিস্খলন আৰু বানত উটি গৈ বিগত ২৪ ঘণ্টাত ৰাজ্যত প্ৰায় ১১ জনৰ মৃত্যু হৈছে। ৰাজ্যৰ ৩০ জিলাত প্ৰায় ৪২ লাখ লোক ক্ষতিগ্রস্ত হৈছে। সোমবাৰে এই তথ্য জনাইছে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে। সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ সৈতে কথা পাতি উদ্বেগ প্রকাশ কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে।

সোমবাৰ পর্যন্ত অসমত বান পৰিস্থিতিৰ কাৰণে ৭০ জনৰো অধিক লোকৰ মৃত্যু হৈছে। তেওঁলোকৰ ভিতৰত দুজন আৰক্ষীও আছে। বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ গৈ উটি যায় নগাঁও জিলাৰ এগৰাকী আৰক্ষী বিষয়া।

ভয়াবহ বানত সৰ্বাধিক ক্ষয়-ক্ষতি হৈছে বৰপেটা, বাক্সা, গোৱালপাৰা আৰু কামৰূপত। বৰপেটাৰ প্রায় ২১ শতাংশ বান কবলিত। কাছাৰ জিলাত তিনিজনৰ মৃত্যু হৈছে। দুজনৰ মৃত্যুৰ খবৰ পোৱা গৈছে বৰপেটাত।

বজালী, কামৰূপ, কৰিমগঞ্জ, ওদালগুৰিত এজনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। ডিব্রুগড়ত চাৰিজন নিখোঁজ। কাছাৰ, হোজাই, তামুলপুৰ, ওদালগুৰিত এজনকৈ নিখোঁজ। প্ৰবল বৰষুণৰ কাৰণে মেঘালয়তো বান পৰিস্থিতিৰ সৃষ্টি হৈছে। মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ সৈতেও কথা পাতে গৃহমন্ত্রীয়ে।

তেওঁ টুইটাৰত লিখে, ‘প্ৰবল বৰষুণ আৰু বান পৰিস্থিতি সন্দৰ্ভত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ সৈতে কথা হৈছে। এই জৰুৰী সময়ত দুয়োখন ৰাজ্যৰেই কাষত আছে মোদী চৰকাৰ।’ তেওঁ লগতে জনায়, শীঘ্ৰেই বান কবলিত অঞ্চল পৰিদর্শন কৰিব এটি কেন্দ্রীয় দলে।

Tags: অমিত শ্বাহবান
Share4Tweet3Send

Related Posts

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
ADVERTISEMENT
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

July 5, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
National-International

ধুমুহাৰ বেগত ধ্বংস হৈছে অ’জন স্তৰ, চাৰখাৰ হ’ব পৃথিৱী 

July 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

July 5, 2026
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

July 5, 2026
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

July 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx