ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

বন্ধুৰ পৰা বন্দুক লৈ উল্লাসত মতলীয়া দৰা : পিছে দৰাৰ গুলীতে মৃত্যু বন্ধুৰ!

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 24, 2022
Reading Time: 1 min read
A A
0
বন্ধুৰ পৰা বন্দুক লৈ উল্লাসত মতলীয়া দৰা : পিছে দৰাৰ গুলীতে মৃত্যু বন্ধুৰ!

RELATED POSTS

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

বিয়াৰ আনন্দৰ মুহূর্ত শোকৰ ছাঁলৈ সলনি হ’ল। বন্ধুৱে চলোৱা গুলীত মৃত্যু হ’ল আন এজন বন্ধুৰ। ঘটনাটি উত্তৰ প্রদেশৰ সোনভদ্রৰ ।ঘোঁৰাৰ গাড়ীত উঠি বিয়া কৰাব গৈছিল মণীষ মদেশিয়া নামৰ এজন যুৱকে ।

বন্দুক লৈ উল্লাসত মতলীয়া দৰা
তেওঁৰ গাড়ীৰ চাৰিওফালে বৰযাত্ৰীয়ে ঘেৰি আছিল। বিয়াৰ মুহূর্ত উদ‌্‌যাপন কৰাৰ বাবে হাতত দেশীয় বন্দুক তুলি লয় মণীষে।

https://twitter.com/BhokaalRahul/status/1539850001165058049?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1539850001165058049%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Fgroom-killed-friend-as-he-shot-fire-in-air-for-marriage-celebration-dgtl%2Fcid%2F1352397

তাৰপিছত শূন্যলৈ গুলীচালনা কৰে । কিন্তু সকলোৱে বিয়াৰ আনন্দত মতলীয়া হৈ থাকোতেই মণীষৰ গুলীৰ লগতে হঠাৎ ভিৰৰ মাজত এজন ব্যক্তি মাটিত ঢালি পৰা দেখা যায়।

আকস্মিকভাৱে ঘটা এই ঘটনাই সকলোকে থতমত খুৱাই দিলে। কেনেকৈ কি হ’ল ততকেই ধৰিব নোৱাৰিলে উপস্থিত বৰযাত্রীয়ে । তাৰপিছত দেখা গ’ল গুলীবিদ্ধ হৈছে এজন ব্যক্তি। তেওঁক হস্পিটেললৈ লৈ যোৱাত চিকিৎসকে মৃত ঘোষণা কৰে ।

আৰক্ষীয়ে জনোৱা মতে, মৃতকৰ নাম বাবুলাল যাদব। তেওঁ মণীষৰ বন্ধু আছিল। যি বন্দুকেৰে শূন্যলৈ গুলীচালনা কৰিছিল মণীষে, সেই বন্দুকটি বাবুলালৰেই আছিল। মৃতকৰ পৰিয়ালে মণীষৰ বিৰূদ্ধে হত্যাৰ অভিযোগ দাখিল কৰে। তাৰ পিছত গ্ৰেপ্তাৰৰ কৰা হয় মণীষক ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: মৃত্যু
Share5Tweet3Send

Related Posts

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী
National-International

by News Desk
October 29, 2026
50
PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ
National-International

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

by News Desk
October 29, 2026
50
Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত
National-International

Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

by News Desk
October 29, 2026
50
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ
National-International

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

by News Desk
October 28, 2026
52

Arnab cyclone : স্থলভাগত উপস্থিত ঘূৰ্ণীবতাহ অৰ্ণৱ, অন্ধ্ৰ-ওড়িশাত প্ৰচণ্ড বৰষুণ

ADVERTISEMENT
Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী
National-International

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

October 29, 2026
50
PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ
National-International

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

October 29, 2026
50
Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত
National-International

Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

October 29, 2026
50
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ
National-International

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

October 28, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

October 29, 2026
PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

October 29, 2026
Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

October 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d