![]()
প্ৰথমবাৰৰ বাবে ৰঞ্জি ট্ৰফীৰ চেম্পিয়ন হ’ল মধ্যপ্রদেশ। ফাইনেলত মুম্বাইক ৬ উইকেটত পৰাস্ত কৰি দেশৰ শ্ৰেষ্ঠ ক্ৰিকেট দল হয় মধ্যপ্ৰদেশ।
বিশেষ একো নাম নাথাকিলেও খেলপথাৰত নামি অসাধ্য সাধন কৰে চন্দ্রকান্ত পণ্ডিতৰ শিষ্য মধ্যপ্ৰদেশৰ দলটোৱে। ২৩ বছৰ পিছত দ্বিতীয়বাৰ ৰঞ্জিৰ ফাইনেলত প্ৰৱেশ কৰি চেম্পিয়ন হয় মধ্যপ্রদেশ।












