![]()
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা।কলা শাখাত শীৰ্ষ ১০স্থানত উজ্বলিল মুঠ ২০গৰাকী পৰীক্ষাথী।কলা শাখা সাধনা দেৱী কামৰূপ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চেৰী গোহাঁই তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ।
মুঠ নম্বৰ লাভ কৰিছে ৪৮৭।দ্বিতীয় স্থানত বিদিশা মিশ্ৰ শংকৰদেৱ একাডেমী নলবাৰী।মুঠ নম্বৰ লাভ কৰিছে ৪৮৬।তৃতীয় স্থানত সুদীপ্ত দেৱ নাথ শংকৰদেৱৰ উচ্চতৰ মাধ্যমিক একাডেমী হাজো আৰু নীলিয় কুৰ্মী ৰামানুজন ,নগাঁও।মুঠনম্বৰ লাভ কৰিছে ৪৮৩।













