ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ভাৰতৰ ১০ ৰাজ্যত আক্ৰমণ চলাইছে কৰোনাৰ নতুন প্রজাতিয়ে!‌ দাবী ইজৰাইলৰ‌ বিজ্ঞানীৰ:

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
July 5, 2022
Reading Time: 1 min read
A A
0
ভাৰতৰ ১০ ৰাজ্যত আক্ৰমণ চলাইছে কৰোনাৰ নতুন প্রজাতিয়ে!‌ দাবী ইজৰাইলৰ‌ বিজ্ঞানীৰ:

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

দেশত কৰোনাৰ দৈনিক সংক্রমণ মঙ্গলবাৰে কিছু কম। অৱশ্যে বিগত কেইবাদিনো ধৰি সংক্রমণ বৃদ্ধি পাই আছিল। তেনে পৰিস্থিতিতে চাঞ্চল্যকৰ দাবী কৰে ইজৰাইলৰ এজন বিজ্ঞানীয়ে। তেওঁৰ দাবী, ভাৰতত কৰোনাৰ নতুন প্রজাতি বিএ.২.৭৫-ৰ সংক্রমণ ধৰা পৰিছে।

ৰাজ্যত আক্ৰমণ চলাইছে কৰোনাৰ নতুন প্রজাতিয়েইতিমধ্যে দেশৰ ১০ ৰাজ্যত ৬৯ জন এই নতুন প্রজাতিত আক্রান্ত হৈছে। ইজৰাইলৰ চেবা মেডিকেল চেন্টাৰৰ চেন্ট্রেল ভাইৰোলজি লেবৰেটৰিত কর্মৰত ছে ফ্লেইছনে টুইটাৰত লিখিছে, ‘ভৰতৰ ১০খন ৰাজ্যৰ উপৰি সাতখন দেশত ৮৫টা চিকোৱেন্স পোৱা গৈছে।

তাৰ বাহিৰে নতুন প্রজাতিৰ সংক্রমণৰ খবৰ এতিয়ালে পোৱা নাই।’ বিজ্ঞানীজনে আৰু জনায় যে চলিত বছৰৰ ২ জুলাইত কৰোনাৰ এই নতুন প্রজাতিত মহাৰাষ্ট্রত সংক্রমিত হৈছে ২৭ জন। পশ্চিমবঙ্গত আক্রান্তৰ সংখ্যা ১৩। দিল্লী, জম্মু, উত্তৰ প্রদেশত এজনৰ দেহত কৰোনাৰ এই নতুন প্রজাতি পোৱা গৈছে।

হাৰিয়ানাত সংক্রমিত হৈছে ছয়জন। হিমাচলপ্রদেশত এই সংখ্যা তিনি। কর্নাটকত ১০ জন, মধ্যপ্রদেশত পাঁচজন আৰু তেলেঙ্গানাত দুজনৰ দেহত কৰোনাৰ এই নতুন প্রজাতিৰ সন্ধান পোৱা গৈছে।

কিমান বিপজ্জনক হ’ব পাৰে কৰোনাৰ এই নতুন ৰূপ?

কৰোনাৰ নতুন প্রজাতিবিজ্ঞানীজনৰ দাবী, নতুন প্রজাতিক লৈ উদ্বেগ থাকিলেও ইমান দ্রুততাৰে বিষয়টোত কিবা কোৱাটো ঠিক নহ’ব। জিনোমিক ডেটা প্লেটফর্ম ‘নেক্সটস্ট্রেনʼৰ দাবী, ভাৰতৰ বাহিৰেও আৰু সাতখন দেশত এই নতুন প্রজাতিৰ সংক্রমণৰ প্ৰভাৱ পোৱা গৈছে ।

এই দাবী উত্থাপন কৰি আইচিএমআৰৰ বিজ্ঞানী সমীৰণ পাণ্ডাই কয়, ‘‌কৰোনা ভাইৰাছ এতিয়াও আছে । ফলস্বৰূপে নতুন প্রজাতিৰ সংক্রমণ ঘটিবই। ভাইৰাছৰ ৰূপ সলনি হয়। ইয়াত অস্বাভাবিক একো নাই।’

Tags: New variants of coronaকৰোনাৰ নতুন প্রজাতি
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx