ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

দীপিকা পাডুকনৰ সৈতে মল্লিকা শেৰাৱতে কৰিলে নিজক তুলনাঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
July 13, 2022
Reading Time: 1 min read
A A
0
দীপিকা পাডুকনৰ সৈতে মল্লিকা শেৰাৱতে কৰিলে নিজক তুলনাঃ

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

দীপিকা পাডুকনৰ  ছবি “গেহৰাইয়া” য়ে অলপতে মুক্তি লাভ কৰিছিল৷ দীপিকা পাডুকনে এই ছবিখনত অতি সাহসী আৰু ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছিল৷ এতিয়া অভিনেত্ৰী মল্লিকা শেৰাৱতে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ মল্লিকা শেৰাৱতে ছবিখনক “মাৰ্ডাৰ” ৰ সৈতে তুলনা কৰিছে৷ তেওঁ লগতে কৈছে যে দৰ্শকে কেতিয়াও তেওঁৰ অভিনয়ৰ প্ৰশংসা কৰা নাছিল, মাত্ৰ তেওঁৰ শৰীৰ আৰু গ্লেমাৰৰ ওপৰত গুৰুত্ব দি আছিল।

মল্লিকা শেৰাৱতক শীঘ্ৰেই ৰজত কাপুৰৰ “আৰ কে/আৰ কে” ত দেখা যাব৷ মল্লিকা শ্বেৰাৱতে বলীউডৰ কেইবাখনো চলচ্চিত্ৰত কাম কৰিছে৷ তেওঁৰ ছবিসমূহক দৰ্শকে যথেষ্ট প্ৰশংসাও কৰিছে৷

মল্লিকা শেৰাৱতে ২০০৭ চনৰ “মাৰ্ডাৰ” ক দীপিকা পাডুকনৰ ছবি “গেহৰাইয়া” ৰ সৈতে তুলনা কৰিছে৷ দীপিকা পাডুকন, সিদ্ধান্ত চতুৰ্বেদী আৰু অনন্যা পাণ্ডে ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত আছিল৷ এই সন্দৰ্ভত কথা পাতি মল্লিকা শেৰাৱতে কয় যে, ‘যেতিয়া মই মাৰ্ডাৰ ছবিখন কৰিছিলোঁ, তেতিয়া বহুত হুলস্থুল হৈছিল৷ মানুহে চুম্বন আৰু বিকিনিৰ বিষয়ে যথেষ্ট হুলস্থুল কৰিছিল ৷ দীপিকা পাডুকনে এতিয়া যি কৰিছে সেয়া মই ১৫ বছৰ আগতে কৰিছো। তেতিয়া মানুহৰ চিন্তাধাৰা অতি সৰু আছিল। ছবি উদ্যোগটোৰ কিছুমান লোক আৰু সংবাদ মাধ্যমই মোক মানসিকভাৱে অত্যাচাৰ কৰি আছিল। মানুহে মোৰ শৰীৰ আৰু গ্লেমাৰৰ বিষয়ে কথা পাতিছিল, অভিনয়ৰ বিষয়ে নহয়। মই দসৱতাৰ, প্যাৰ কে চাইড ইফেক্টছ আৰু ৱেলকামতো কাম কৰিছিলো কিন্তু মোৰ অভিনয়ৰ বিষয়ে কোনেও কথা পতা নাছিল।

“মাৰ্ডাৰ” পৰিচালনা কৰিছিল অনুৰাগ বসুৱে৷ মল্লিকা শ্বেৰাৱতৰ উপৰিও ইমৰান হাছমীয়ে ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল৷ ছবিখনত মল্লিকা শ্বেৰাৱতৰ ব’ল্ড দৃশ্যসমূহো যথেষ্ট চৰ্চিত হৈছিল৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: দীপিকা পাডুকন
Share5Tweet3Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
55
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
57
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
57
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
55
ADVERTISEMENT
Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ
National-International

Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ

September 10, 2026
50
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

September 10, 2026
50
Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি
Assam

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

September 10, 2026
50
Assam cattle preserve act : দৰং-নলবাৰীত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান, ৫০ গোধনসহ গ্ৰেপ্তাৰ ২
Assam

অসম-বংগ সীমান্তত ১৩টা সন্দেহযুক্ত চোৰাং গৰু জব্দ, আটক চাৰিজন

September 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ

Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ

September 10, 2026
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

September 10, 2026
Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

Bokajan child dies : বোকাজানত কৰুণ ঘটনা, পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি

September 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d