ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

অপৰাধ আৰু অপৰাধীৰ চক্ৰ ভাঙিবলৈ দিল্লীকে ধৰি দেশৰ ৬০টা স্থানত NIA ৰ অভিযান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 12, 2022
Reading Time: 1 min read
A A
0
অপৰাধ আৰু অপৰাধীৰ চক্ৰ ভাঙিবলৈ দিল্লীকে ধৰি দেশৰ ৬০টা স্থানত NIA ৰ অভিযান

RELATED POSTS

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

দেশৰ বিভিন্ন প্ৰান্তত দুটা কেন্দ্ৰীয় সংস্থাই তদন্ত কৰি আছে বিভিন্ন দুৰ্নীতিৰ গোচৰ। অৱশ্যে বিৰোধীয়ে অভিযোগ কৰিছে যে মোডী চৰকাৰে কেৱল অ-বিজেপিশাসিত ৰাজ্যসমূহতহে এই সংস্থাটোক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিছে। এই প্ৰসংগতেই পোহৰলৈ আহিছিল ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)ৰ অভিযান।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, সোমবাৰে সমগ্ৰ দেশৰ কমেও ৬০টা স্থানত কেন্দ্ৰীয় চোৰাংচোৱাই অভিযান চলাই আছে। সূত্ৰ অনুসৰি এই পদক্ষেপ বিভিন্ন অপৰাধী গেং আৰু ছিণ্ডিকেট ভাঙিবলৈ লোৱা হৈছে। কুখ্যাত অপৰাধী নীৰজ বাৱানা আৰু লৰেন্স বিষ্ণয়ৰ চক্ৰটোৰ বিভিন্ন সদস্যৰ বিৰুদ্ধে ইতিমধ্যে NIA ১০টা গোচৰ ৰুজু কৰিছে।

মন কৰিবলগীয়া যে দেশৰ কুখ্যাত অপৰাধীৰ তালিকাত নীৰজ আৰু লৰেন্সৰ নাম শীৰ্ষত আছে। শেহতীয়াকৈ পঞ্জাৱী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী হিচাপে তেওঁলোকৰ নাম উত্থাপন হৈছে।

ৰাজস্থানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লৰেন্সক। ইয়াৰ পিছত তেওঁক দিল্লী আৰক্ষীৰ জিম্মাত ৰখা হৈছে। বিগত ১০ বছৰ ধৰি হাৰিয়ানা, পঞ্জাব, ৰাজস্থান, মহাৰাষ্ট্ৰ, হিমাচল প্ৰদেশত ইটোৰ পিছত সিটো অপৰাধত তেওঁৰ নাম জড়িত হৈ আছে। আনহাতে নীৰজ দিল্লীৰ কুখ্যাত অপৰাধী হিচাপে পৰিচিত।

কিন্তু বিষ্ণয়ৰ দলটোৰ সকলো সময়তে তেওঁৰ দলৰ লগত কাজিয়া হয়। এই দুটা গেঙৰ কমৰ ভাঙিবলৈ NIA য়ে বিভিন্ন স্থানত তালাচী চলাই আছে। সূত্ৰ অনুসৰি এতিয়া দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ চোৰাংচোৱাই অভিযান চলাই আছে। অৱশ্যে এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ বা আটক কৰাৰ খবৰ পোৱা নাই।

সূত্ৰ অনুসৰি, ভাৰত আৰু বিদেশৰ বিভিন্ন কাৰাগাৰৰ ভিতৰৰ পৰা বিভিন্ন অপৰাধ সংঘটিত হৈ আছে। এনেধৰণৰ গেঙক দমন কৰাত সক্ৰিয় হৈ আহিছে NIA। ইয়াৰ ভিতৰত আছে গোল্ডি ব্ৰাৰৰ দৰে গেংষ্টাৰ, যাৰ গেঙৰ সদস্যসকল কানাডাৰ পৰা সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ সমন্বয়ৰ সৈতে জড়িত আছিল বুলি অভিযোগ উঠিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: NIA
Share4Tweet3Send

Related Posts

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা
National-International

by News Desk
October 7, 2026
51
PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প
National-International

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

by News Desk
October 7, 2026
51
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ
National-International

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

by News Desk
October 7, 2026
51
Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

Adult daughter : অভিভাৱকে প্ৰাপ্তবয়স্ক কন্যাক নিজৰ ইচ্ছাৰ বিৰুদ্ধে লগত থাকিবলৈ বাধ্য কৰিব নোৱাৰে: উচ্চ ন্যায়ালয়

Pak spy : পাকিস্তানলৈ তথ্য সৰবৰাহ, ১৩ নৌসেনাৰ জোৱানসহ ১৮ জন সন্দেহৰ তালিকাত; দেশৰ ১০ ৰাজ্যত অভিযান

ADVERTISEMENT
Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা
National-International

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

October 7, 2026
51
PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প
National-International

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

October 7, 2026
51
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ
National-International

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

October 7, 2026
51
Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা
National-International

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

October 7, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

October 7, 2026
PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

October 7, 2026
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

October 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d