ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰবি শান্তিচুক্তি বিতৰ্কি : দফা ২,৩-ৰ পুনৰীক্ষণ দাবীলৈ জেচিচিপিৰ সংবাদমেল

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
September 21, 2022
Reading Time: 1 min read
A A
0

RELATED POSTS

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

New Logo Very Smal 2 | ASSAM TIMES POST

২০২১ ইং বৰ্ষৰ ৪ ছেপ্টেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাৰবি আংলং জিলাৰ ছয় সহস্ৰ উগ্ৰপন্থী সংগঠনৰ মাজত স্বাক্ষৰিত হোৱা কাৰবি শান্তি চুক্তিৰ পিছত বিজেপিয়ে পাৰ্বত্য জিলা দুখনত স্থায়ী শান্তি ঘূৰি আহিছে বুলি দাবী কৰিলেও জিলা দুখনৰ দল সংগঠনে স্বাক্ষৰিত হোৱা কাৰবি শান্তি চুক্তিৰ দফা ২, ৩ৰ জৰিয়তে জিলাখনৰ ষষ্ঠ অনুসূচীক উলংঘা কৰিছে বুলি অসন্তুষ্টি প্ৰকাশ কৰি আহিছে। পাৰ্বত্য জিলা দুখনৰ কেইবাটাও সামাজিক সংগঠনৰ উমৈহতীয়া মঞ্চ ‘দ্যা জইণ্ট ক’অৰ্ডিনেছন কমিটি প্ৰটেকশ্যন অফ অট’নমি’ চমুকৈ ‘জেচিচিপি’য়ে এইলৈ আজি ডিফুৰ আইটিআইস্থিত হংফাৰলাত এক সংবাদমেল অনুষ্ঠিত কৰি নিজৰ অসন্তুষ্ঠি ব্যক্ত কৰে।

জেচিচিপিৰ অন্যতম শীৰ্ষ নেতা খৰছিং টেৰণে সাংবাদিকসকলক সম্বোধন কৰি কয় যে, ২০২১ চনৰ ৪ ছেপ্টেম্বৰত স্বাক্ষৰিত হোৱা কাৰবি শান্তি চুক্তিৰ ২, ৩ নং দফা অনুসৰি কাৰবি আংলঙৰ ১০টা আসন সকলোৰে বাবে মুক্ত বুলি ৰখা সুবিধা ষষ্ঠ অনুসূচীৰ অপৰিপন্থী। সেয়ে উক্ত চুক্তিৰ অংশীদাৰ সকলক মাতি পুনৰ উক্ত চুক্তিৰ ২, ৩নং দফাৰ পুনৰবিবেচনা কৰিব লাগে বুলি দাবী উত্থাপন কৰে।

PeaceP1 1 | ASSAM TIMES POST

আনহাতে ১৯৫০ চনতে আয়োগ গঠন কৰি কাৰবি আংলঙৰ সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল সেই ধৰণে কাৰবি আংলঙৰ সীমা অক্ষুণ্ণ থাকিব লাগে বুলি দাবী কৰে। চলিত বছৰৰ ২৯ মাৰ্চত নতুন দিল্লীত প্ৰথম পৰ্যায়ত ছয় বিবাদমান স্থানকলৈ আলোচনা হোৱাৰ পিছত দ্বিতীয় পৰ্যায়ত অসম-মেঘালয় সীমান্তৰ চাৰিটাকৈ বিবাদমান অঞ্চল ক্ৰমে, ব্লক ১, ব্লক ২, খান্দুলী আৰু পিচিআৰকলৈ মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰীৰূপে মাজত আলোচনাত অনুষ্ঠিত হোৱাৰ কথা আছে। এই সন্দৰ্ভত সংবাদমেলত আজি জেচিচিপিৰ নেতা ৰবীন্দ্ৰ ৰংপিৰ, ছয়ছিং ৰংপি আৰু খৰছিং টেৰণে কয় যে, উল্লেখিত চাৰিটা স্থান কাৰবি আংলঙ জিলাৰ ভৌগলিক সীমাৰ ভিতৰত আছে এই চাৰিটা স্থানত মেঘালয়ৰ অধিকাৰ নাই। সেয়ে উক্ত স্থান চাৰিটাক লৈ মেঘালয় চৰকাৰে একো আপত্তি কৰিব নোৱাৰে।

দুয়োখন চৰকাৰৰ ‘দিয়া লোৱা’ নীতিৰ ভিতৰত কাৰবি আংলঙৰ ভূমিখণ্ড পৰিব নালাগে। কাৰবি আংলঙৰ কোনো ভূমি মেঘালয়ক গতাই দিব নালাগে লগতে মেঘালয়ৰ ভূমিও কাৰবি আংলঙৰ নালাগে বুলি কয় নেতা সকলে। এইলৈ জেচিচিপিৰ এক সঁজাতি দলে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডা: তুলিৰাম ৰংহাঙক এক দাবী সম্বলিত স্মাৰকপত্ৰ অৰ্পণ কৰা বুলিও অৱগত কৰে জেচিচিপিৰ নেতাসকলে। বিষয় দুটা বিবেচনাৰ আওতালৈ আনি শীঘ্ৰে বিষয়দুটাকলৈ সংশ্লিষ্ট অংশীদাৰ সকলক লৈ পুনৰীক্ষণ কৰি চুক্তিৰ দফা ২,৩ৰ পুনৰীক্ষণ কৰা, পৰিষদৰ বিশেষ অধিৱেষণ পাতি সীমা বিবাদ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা, এই সন্দৰ্ভত সৰ্বদলীয় বৈঠক আহ্বান কৰা।

আনহাতে জেচিচিপিৰ এটা সঁজাতি দলে অতি শীঘ্ৰে বিষয় দুটাকলৈ অসমৰ মুখ্যমনেত্ৰীৰো কাষ চাপিব বুলি সংবাদমেলত সদৰি কৰে জেচিচিপয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: 3JCCP press conference on review demand for Clause 2দফা ২৩-ৰ পুনৰীক্ষণ দাবীলৈ জেচিচিপিৰ সংবাদমেল
Share5Tweet3Send

Related Posts

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

by News Desk
October 31, 2026
50
Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ
KARBI ANGLONG

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

by News Desk
October 31, 2026
50
West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!
KARBI ANGLONG

West Karbi Anglong : পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছত পদত্যাগৰ ধুমুহা!

by News Desk
October 22, 2026
55
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

by News Desk
October 20, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

by News Desk
October 15, 2026
57
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

by News Desk
October 13, 2026
61
ADVERTISEMENT
Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী
National-International

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

October 31, 2026
50
Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

October 31, 2026
50
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ
National-International

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

October 31, 2026
50
Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ
KARBI ANGLONG

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

October 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

October 31, 2026
Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

October 31, 2026
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

October 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d