ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

অনুমতি অবিহনে জনপ্ৰিয় গীতৰ ৰিমেক! নেহাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ ফাল্গুনী পাঠকৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 24, 2022
Reading Time: 1 min read
A A
0
অনুমতি অবিহনে জনপ্ৰিয় গীতৰ ৰিমেক! নেহাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ ফাল্গুনী পাঠকৰ

New Logo Very Smal 3 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

নব্বৈৰ দশকৰ অন্যতম জনপ্ৰিয় গীত হৈছে ‘মেনে পায়ল হে ছনকাই’। টেলিভিছন চেনেলতেই হওক বা ৰেডিঅʼতেই হওক, যেতিয়া এই গীতটো ফাল্গুনী পাঠকৰ কণ্ঠত বাজিছিল, তেতিয়া যুৱতীসকলৰ হৃদয়ত ধুমুহাৰ সৃষ্টি হৈছিল। সেই জনপ্ৰিয় গীতটোৰ ৰিমেক বনালে নেহা কক্কৰে।

ফাল্গুনী পাঠকশেহতীয়াকৈ মুক্তি লাভ কৰিছে নেহাৰ কণ্ঠত ‘অ’ সজনা’। যিটো ভাল লগাতো দূৰৰ কথা, গীতটো শুনাৰ পৰাই নেট জগতত হুলস্থুল লাগি পৰিছে। আনহাতে, সম্প্ৰতি মুম্বাইৰ এটা সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত স্বয়ং ফাল্গুনী পাঠকে নেহাৰ গানটোক লৈ ক্ষোভ প্ৰকাশ কৰিছে।

ফাল্গুনী পাঠকে নেহাৰ গানটোক লৈ ক্ষোভ প্ৰকাশ কৰিছে।নেহাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লʼবলৈ ইচ্ছুক বুলি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিছে ফাল্গুনীয়ে। মাত্ৰ এটা কাৰণত এই পদক্ষেপ লʼব পৰা নাই। ফাল্গুনীৰ ভাষাত “মই আইনী ব্যৱস্থা লʼব বিচাৰো।যদি মই সেইটো কৰিব পাৰিলোহেঁতেন তেন্তে মই সঁচাকৈয়ে শান্তি পালোঁহেঁতেন। কিন্তু এই গীতটো মোৰ নহয়। গতিকে মই সেই পদক্ষেপ লʼব নোৱাৰো।”

ফাল্গুনী পাঠকে গীতটোৰ ৰিমেক একেবাৰে ভাল নাপালে। ছচিয়েল মিডিয়াতো তেওঁ ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। কণ্ঠশিল্পীগৰাকীয়ে লগতে কয় যে ‘অ’ সজনা’ গীতটো নিৰ্মাণ কৰাৰ পূৰ্বে, মুক্তি পোৱাৰ পিছতো নেহা বা প্ৰযোজকসকলে তেওঁৰ সৈতে কোনো যোগাযোগ কৰা নাই। কিন্তু ইমান বছৰৰ পাছতো গায়িকাগৰাকীয়ে, তেওঁৰ অনুৰাগীসকলে তেওঁক স্মৰণ কৰি তেওঁৰ কাষত থিয় দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

Tags: Falguni Pathak threatens legal action against Nehaনেহাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ ফাল্গুনী পাঠকৰ
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT