ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

সময়মতে কেব আহি নোপোৱাত ধৰিব নোৱাৰিলে বিমান, উবেৰক ২০ হাজাৰ জৰিমনা আদালতৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 27, 2022
Reading Time: 1 min read
A A
0
সময়মতে কেব আহি নোপোৱাত ধৰিব নোৱাৰিলে বিমান, উবেৰক ২০ হাজাৰ জৰিমনা আদালতৰ

New Logo Very Smal 2 | ASSAM TIMES POST

RELATED POSTS

PM Modi I লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব, মন কি বাতত মোদীৰ আশ্বাস

Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি

মুম্বাইৰ এখন আদালতে যাত্ৰী সেৱাত গাফিলতি কৰাৰ বাবে এপ ভিত্তিক কেব কোম্পানী উবেৰক ২০ হাজাৰ টকাৰ জৰিমনা বিহিলে। উবেৰৰ গাফিলতিৰ ফলত প্ৰভাৱিত হোৱা মহিলা যাত্ৰীগৰাকীক এই ধন দিবলৈ নিৰ্দেশ দিয়ে ন্যায়াধীশগৰাকীয়ে। উবেৰ গাড়ীখন দেৰি হোৱাৰ বাবে বিমানত উঠিব পৰা নাছিল মহিলাগৰাকী। ২০১৮ চনৰ এই কাণ্ডৰ গোচৰৰ ৰায় দিয়ে আদালতে।

উবেৰকে ধৰি বিভিন্ন এপ ভিত্তিক কেব কোম্পানীক লৈ বিগত সময়ছোৱাত যাত্ৰী সেৱাৰ নানা অভিযোগ উত্থাপন হৈছে। পেছাত অধিবক্তা, মুম্বাইৰ ডুম্বিভলীৰ বাসিন্দা কবিতা শৰ্মাৰো একেধৰণৰ অভিজ্ঞতা হৈছিল। তেওঁৰ বিমানখন আছিল ২০১৮ চনৰ ১২ জুন তাৰিখে সন্ধিয়া ৫.৫০ বজাত। তেওঁৰ ঘৰৰ পৰা ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ দূৰত্ব প্ৰায় ৩৬ কিলোমিটাৰ। ঠিক তেনেকৈয়ে তেওঁ ৩.৩০ বজাৰ ভিতৰত বিমানবন্দৰলৈ উবেৰ কেব এখন বুকিং কৰিলে।

uber2 1 | ASSAM TIMES POST

কেব চালকৰ ১৪ মিনিট দেৰি হোৱা বুলি কবিতাই অভিযোগ কৰে। ইয়াৰ পিছত তেওঁক পোন পথ লʼবলৈ কোৱা হৈছিল যদিও তেওঁ নুশুনে আৰু এটা বেলেগ পথেৰে ভ্ৰমণ কৰিলে। পথত তেওঁ গাড়ীখনৰ বাবে ইন্ধন (চিএনজি) কিনিবলৈও ৰৈছিল। যাৰ বাবে কবিতাই বিমানখন ধৰিব নোৱাৰিলে। এই সকলোবোৰৰ মাজতো তেওঁৰ পৰা উক্ত দিনা ৭০৫ টকা ভাড়া লোৱা হৈছিল। যদিও বুকিং কৰাৰ সময়ত কেবৰ ভাড়া ৫৬৩ টকা দেখুওৱা হৈছিল!

ঘটনাৰ পিছতে মহিলা অধিবক্তাগৰাকীয়ে আদালতৰ কাষ চাপিছিল। ন্যায়াধীশগৰাকীয়ে তেওঁৰ ৰায়দানত কয় যে উবেৰে কবিতাক ২০ হাজাৰ টকা ক্ষতিপূৰণ হিচাপে দিব। ইয়াৰে ১০ হাজাৰ টকা গোচৰৰ খৰচ আৰু বাকী ১০ হাজাৰ টকা কবিতাৰ মানসিক চাপ বৃদ্ধিৰ বাবে।

Tags: 000Uber fined Rs 20উবেৰক ২০ হাজাৰ জৰিমনা আদালতৰ
Share4Tweet3Send

Related Posts

Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব, মন কি বাতত মোদীৰ আশ্বাস

by Staff Reporter
April 27, 2026
50
Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা
National-International

Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

by Staff Reporter
April 27, 2026
50
‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি
National-International

‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি

by Staff Reporter
April 27, 2026
50
‎বুধবাৰে দক্ষিণ বংগৰ ১৪২ খন আসনত ভোটদান I বুথৰ বাহিৰত ৫০০ মিটাৰলৈকে নিৰীক্ষণৰ সিদ্ধান্ত
National-International

‎বুধবাৰে দক্ষিণ বংগৰ ১৪২ খন আসনত ভোটদান I বুথৰ বাহিৰত ৫০০ মিটাৰলৈকে নিৰীক্ষণৰ সিদ্ধান্ত

by Staff Reporter
April 27, 2026
50
‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড
National-International

‎হায়দৰাবাদৰ পৰা চেন্নাইলৈ যোৱা চাৰমিনাৰ এক্সপ্ৰেছত অগ্নিকাণ্ড

by Staff Reporter
April 26, 2026
50
‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎
National-International

‎পিতৃক প্ৰত্যাহ্বান I নতুন দল খুলিলে কেচিআৰৰ কন্যা কবিতাই, তেলেংগানাৰ ৰাজনীতিত নতুন খেল ‎

by Staff Reporter
April 26, 2026
50
ADVERTISEMENT
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

PM Modi I লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব, মন কি বাতত মোদীৰ আশ্বাস

April 27, 2026
50
Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা
National-International

Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

April 27, 2026
50
‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি
National-International

‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি

April 27, 2026
50
‎বুধবাৰে দক্ষিণ বংগৰ ১৪২ খন আসনত ভোটদান I বুথৰ বাহিৰত ৫০০ মিটাৰলৈকে নিৰীক্ষণৰ সিদ্ধান্ত
National-International

‎বুধবাৰে দক্ষিণ বংগৰ ১৪২ খন আসনত ভোটদান I বুথৰ বাহিৰত ৫০০ মিটাৰলৈকে নিৰীক্ষণৰ সিদ্ধান্ত

April 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

PM Modi I লোকপিয়লত নাগৰিকে প্ৰদান কৰা তথ্য গোপনীয় হৈ থাকিব, মন কি বাতত মোদীৰ আশ্বাস

April 27, 2026
Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

Harbhajan Singh I হৰভজনৰ ঘৰত সমৰ্থকে লিখিলে ‘গাদ্দাৰ’, আপ এৰি বিজেপিত যোগ দিয়া সাংসদলৈ বিশেষ নিৰাপত্তা

April 27, 2026
‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি

‎চহৰৰ পথত চলিব চালকবিহীন টেক্সি

April 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx