ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EXCLUSIVE

প্ৰশাসনীয় অনুমতি লাভ নকৰাৰ বাবে ৰূপায়ণ নহ’ল ২৪ টাতকৈ অধিক সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী

ASSAM TIMES POST by ASSAM TIMES POST
July 16, 2019
Reading Time: 1 min read
A A
0
প্ৰশাসনীয় অনুমতি লাভ নকৰাৰ বাবে ৰূপায়ণ নহ’ল ২৪ টাতকৈ অধিক সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী

কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নতুন আইন আৰু নীতি প্ৰস্তুত কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ

ASSAM TIMES POST,ডিফুঃ ভাৰতীয় সংবিধানত থকা ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নতুন নীতি আৰু আইন প্ৰস্তুত কৰিবলৈ জিলা খনৰ ২৪টাতকৈ অধিক সংগঠনৰ এক ঐক্য মঞ্চৰ অনুষ্ঠিত হ’বলগীয়া অৱস্থান ধৰ্ণা আৰু সমদল কাৰ্যসূচী আজি প্ৰশাসনীয় অনুমতি নথকাৰ বাবে ৰূপায়ণ নহ’ল৷ ২৪ টাত কৈ অধিক সংগঠনৰ ঐক্যমঞ্চই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ডিফুৰ ছেমছনছ্ং ইংতি মেম’ৰিয়েল পাৰ্কত সমবেত হৈছিল যদিও ১৪৪ ধাৰা বাহাল থকাৰ বাবে মূৰকত স্থগিত ৰাখিব লগীয়া হয় উক্ত প্ৰতিবাদী কাৰ্যসূচী৷ ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হোৱা স্থানত প্ৰশাসনে পূৰ্বৰে পৰা সষ্ঠম কৰি থৈছিল বহু সংখ্যক নিৰাপত্তাৰক্ষী৷

RELATED POSTS

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/07/karbi-union.mp4

প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ নহ’লেও সংগঠন কেইটাৰ ঐক্য মঞ্চটোৱে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৭ বৰ্ষৰ ৯ ছেপ্টেম্বৰ দি থোৱা নিৰ্দেশৰ সম্মান জনাই শীঘ্ৰে ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচীত জাতিৰ বাবে থকা অনুশ্ছেদ ২ আৰু উপ অনুশ্ছেদ ৭ মতে কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এখন নিজাববীয়া আৰু নীতি প্ৰস্তুত কৰিবলৈ দাবী জনাই অতিৰিক্ত জিলা উপায়ুক্তৰ জৰিয়তে প্ৰতিবাদ থলীৰ পৰাই কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷

পৰিষদৰ আগন্তুক অধিবেশনত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নতুন নীতি আৰু আইনৰ খছৰা প্ৰস্তুত কৰি জিলাখনৰ খিলঞ্জীয়া সংগঠনসমূহৰ সৈতে মতামত জনাৰ বাবে দাবী জনায়৷ ইয়াৰোপৰি অসম চৰকাৰৰ ১৯৮৬ চনৰ ভূমি নীতি বিলুপ্ত ঘটাই ষষ্ঠ অনুসূচী জাতিৰ ক্ষমতা অনুসৰি কাৰবি কাষ্টমাৰী ল’ প্ৰণয়ণ কৰা, গ্ৰাম পৰিষদৰ ব্যৱস্থা আদিৰ দাবীও সন্নিবিষ্ট কৰে স্মাৰক পত্ৰখনত৷ উল্লেখযোগ্য যে এইলৈ ২৪ টাতকৈ অধিক সংগঠনৰ ঐক্য মঞ্চই ২০১৬ চনৰ পৰাই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়তো পিআইএল দাখিল কৰিছিল৷

উল্লেখযোগ্য যে সংগঠন কেইটাৰ ঐক্য মঞ্চটোৱে দাবী কৰা ষষ্ঠ অনুসূচীত জাতিৰ বাবে থকা সংবিধানৰ সুবিধা অনুসৰি অনুশ্ছেদ ২ আৰু উপ অনুশ্ছেদ ৭ অনুসৰি কাৰবি আংলঙ স্বায়ত্ত শাসিত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অবৈধ অজনজাতি লোকৰ নাম কৰ্তন কৰি এখন শুদ্ধ তালিকা আৰু নতুন নীতি আৰু আইন প্ৰস্তুত কৰিবলৈ দীৰ্ঘ দিনৰ পৰা জনজাতীয় সংগঠন সমুহে দাবী জনাই আহিছে৷

Share4Tweet3Send

Related Posts

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Dead body recovered : ডিলাইৰ নাহৰজানত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

by News Desk
May 22, 2026
50
Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক
KARBI ANGLONG

Felicitation ceremony : কাৰ্বি আংলং জিলা প্ৰশাসনে সম্বৰ্ধনা জনালে মেধাৱী ছাত্ৰ-ছাত্ৰীক

by News Desk
May 22, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

by News Desk
May 20, 2026
50
হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।
KARBI ANGLONG

হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।

by Staff Reporter
May 20, 2026
50
কাৰ্বি পাহাৰত “বাধাহীন শিক্ষাৰ”লক্ষ্যৰে ডিফুৰ, ডিএভিএছএসএস(DAVHSS) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া বাই- চাইকেল বিতৰণ
KARBI ANGLONG

কাৰ্বি পাহাৰত “বাধাহীন শিক্ষাৰ”লক্ষ্যৰে ডিফুৰ, ডিএভিএছএসএস(DAVHSS) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া বাই- চাইকেল বিতৰণ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
National-International

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

May 25, 2026
50
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন
National-International

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
50
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ
National-International

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026
50
Russia attack on Ukraine : ইউক্ৰেইনৰ ওপৰত ৭০ ক্ষেপণাস্ত্ৰ, ৪৫০ ড্ৰোনেৰে আক্ৰমণ ৰাছিয়াৰ
National-International

‎ৰাছিয়াই কিয়েভত যুদ্ধৰ আটাইতকৈ ডাঙৰ আক্ৰমণ I অৰেচনিক ক্ষেপণাস্ত্ৰৰে ইউক্ৰেইনক আঘাত ‎

May 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GST : পেট্ৰ’ল-ডিজেলতো প্ৰৱৰ্তন হ’বনেকি জি এছ টি ? কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

Fuel price hike I পুনৰ ২ টকাৰ ওপৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য, ১০ দিনত চতুৰ্থবাৰ

May 25, 2026
Indian Army I পাহাৰ-ভৈয়ামত অনায়াসে কঢ়িয়াব পাৰে ৫০ টন ওজনৰ টেংক, ভাৰতীয় সেনাৰ নতুন বাহনক লৈ বিশ্বত আলোড়ন

‎সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা I সেনাৰ তালাচী অভিযানত জম্মু আৰু কাশ্মীৰৰ বাৰামুলাত সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয় উদ্ধাৰ, বৃহৎ সংখ্যক অত্যাধুনিক বিদেশী বিস্ফোৰক আৰু ৰকেট চালিত গ্ৰেনেড উদ্ধাৰ

May 24, 2026
ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

ইবোলা প্ৰাদুৰ্ভাৱ I আফ্ৰিকাৰ তিনিখন দেশ ভ্ৰমণ নিৰ্দেশনা জাৰি ভাৰতৰ

May 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx