ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

দেওবাৰে বাজিব বিশ্বকাপৰ ৰণশিঙা : মেছি, ৰোনাল্ডো নে নেইমাৰ কাৰ হাতত উঠিব ট্ৰফী?

নিউজ ডেস্কঃ

News Desk by News Desk
November 19, 2022
Reading Time: 1 min read
A A
0
দেওবাৰে বাজিব বিশ্বকাপৰ ৰণশিঙা : মেছি, ৰোনাল্ডো নে নেইমাৰ কাৰ হাতত উঠিব ট্ৰফী?

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

দেওবাৰ (Sunday)ৰ পৰা আৰম্ভ হʼব কাটাৰ বিশ্বকাপ ফুটবল (Qatar Fifa world cup Foot Ball)। অংশগ্ৰহণকাৰী ৩২ খন দেশ (32 countries) ইতিমধ্যে গৈ দোহা (Doha)ত উপস্থিত হৈছে। প্ৰতিযোগিতাত কোনে জয়ী হʼব সেই লৈ ইতিমধ্যে আৰম্ভ হৈছে জল্পনা-কল্পনা। যেনেকৈ লিয়নেল মেছি বা ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ট্ৰফী জয় কৰিব পাৰিবনে নাই তাকে লৈ চৰ্চা চলিছে, তেনেদৰে নেইমাৰৰ ব্ৰাজিলকো একাংশই প্ৰতিদ্বন্দ্বী বুলি গণ্য কৰে। বিশ্বকাপৰ পূৰ্বে তিনিটা সংগঠনে সম্ভাৱ্য বিজয়ীক বাছি লৈছে। উল্লেখনীয়ভাৱে সকলোতে এখন দেশৰ নামেই ওলাইছে।

fifa 2 | ASSAM TIMES POST

পিছে কোন সেই দেশ ?

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণা আৰু লণ্ডনৰ এলান টুৰিং ইনষ্টিটিউটৰ তথ্য অনুসৰি, ১৮ ডিচেম্বৰত নেইমাৰৰ ব্ৰাজিলে বিশ্বকাপ তুলি লʼব। দুয়োটা স্থানতে বেলজিয়ামক সম্ভাৱ্য চূড়ান্ত প্ৰতিযোগী হিচাপে ধৰা হৈছে। তৃতীয় স্থানত থাকিব আৰ্জেণ্টিনা। অক্সফৰ্ড ইউনিভাৰ্চিটিৰ তথ্য অনুসৰি, ব্ৰাজিলে ছেমি ফাইনেলত আৰ্জেণ্টিনাক পৰাস্ত কৰিব।
লণ্ডনৰ এলান টুৰিং ইনষ্টিটিউটৰ তথ্য অনুসৰি, ব্ৰাজিলৰ চেম্পিয়ন হোৱাৰ সম্ভাৱনা ২৫ শতাংশ। বেলজিয়ামৰ জয়ৰ সম্ভাৱনা ১৮.৯ শতাংশ। আৰ্জেণ্টিনাৰ সম্ভাৱনা ১৩.২ শতাংশ। ইয়াৰ পিছতে ফ্ৰান্স, ইংলেণ্ড, স্পেইন, নেদাৰলেণ্ড, ডেনমাৰ্ক, পৰ্তুগাল আৰু ক্ৰোৱেচিয়া।

কিন্তু বিশ্লেষণ কেনেকৈ কৰা হয়?

সংস্থাটোৰ মতে, ২০০২ চনৰ বিশ্বকাপৰ পিছৰ পৰা সকলো খেলৰ ফলাফল বিশ্লেষণ কৰি আৰু সকলো দলৰ প্ৰদৰ্শন বিচাৰ কৰি গাণিতিকভাৱে এই বিশ্লেষণ কৰা হৈছে।
সংস্থাটোৰ গৱেষক নিক বাৰ্লোৱে কয় যে ফুটবলত বহু আচৰিত কথা আছে। গতিকে ট্ৰফী কোনে পাব সেইটো আগতীয়াকৈ কোৱা সহজ‌ নহয়। কিন্তু এই বিশ্লেষণৰ সৈতে আমি বহু অধ্যয়ন কৰিলোঁ। এতিয়া আমি চাব লাগিব ইয়াৰ কিমান মিল আছে।”

fifa 4 | ASSAM TIMES POST

নীলছনৰ গ্ৰেচেনোট কোম্পানীয়ে আন এক সমীক্ষা চলাইছিল। তাতো ব্ৰাজিলে ষষ্ঠবাৰৰ বাবে বিশ্ব চেম্পিয়ন হʼবলৈ ওলাইছে। তেওঁলোকৰ মতে ব্ৰাজিলৰ এই ট্ৰফী জয়ৰ সম্ভাৱনা ২০ শতাংশ। আৰ্জেণ্টিনাৰ বাবে সম্ভাৱনা ১৬ শতাংশ। অৱশ্যে গ্ৰুপৰ সকলো খেলতে জয়লাভ কৰিলে দুটা দলে ছেমি ফাইনেলত মুখামুখী হʼব পাৰে। অৱশ্যে গ্ৰেচেনোটে দাবী কৰিছে যে দুয়োটা দলে ফাইনেলত মুখামুখী হʼব। আজিলৈকে ব্ৰাজিল-আৰ্জেণ্টিনা বিশ্বকাপৰ ফাইনেলত কেতিয়াও মুখামুখী হোৱা নাই।

গ্ৰেচেনোটৰ বিশ্লেষণ অৱশ্যে যোৱা চাৰি বছৰৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ব্ৰাজিল, আৰ্জেণ্টিনাৰ লগতে নেদাৰলেণ্ড, পৰ্তুগাল, স্পেইন, বেলজিয়াম, ফ্ৰান্সৰ দৰে দলক স্থান দিয়া হৈছে। গ্ৰেচেনোটে দাবী কৰিছে যে ইংলেণ্ডৰ লগতে ইৰাণেও গ্ৰুপ বিৰ পৰা পৰৱৰ্তী ৰাউণ্ডলৈ যাব। গ্ৰেচেনোটে জনোৱা মতে, এছিয়াৰ পৰা পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িব পৰা একমাত্ৰ দল হʼব ইৰাণ।

Tags: Playing the World Cupবাজিব বিশ্বকাপৰ ৰণশিঙা
Share4Tweet3Send

Related Posts

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx