ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

দ্ৰুতভাৱে ওজন কমাব বিচাৰে নেকি? কঠোৰ ডায়েট আৰু ব্যায়াম অবিহনে কেনেকৈ সম্ভৱ?

স্বাস্থ্য প্ৰতিবেদনঃ

Staff Reporter by Staff Reporter
December 2, 2022
Reading Time: 1 min read
A A
0
দ্ৰুতভাৱে ওজন কমাব বিচাৰে নেকি? কঠোৰ ডায়েট আৰু ব্যায়াম অবিহনে কেনেকৈ সম্ভৱ?

logo new 2 1 1 4 1 3 1 9 | ASSAM TIMES POST

RELATED POSTS

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

কোনে ধুনীয়া আৰু সুস্থ হʼব নিবিচাৰে! মেদবহুলতা থাকিলে শৰীৰত বহুতো জটিল ৰোগে বাহ লয়। গতিকে বহুতে সুস্থ হৈ থকাৰ স্বাৰ্থত সোনকালে ওজন কমাব বিচাৰে। বিশেষজ্ঞসকলৰ মতে, কেইসপ্তাহমানৰ ভিতৰত হঠাতে ওজন কমি যোৱা সম্ভৱ নহয়।

দৈনন্দিন জীৱনৰ ব্যস্ততাৰ বাবে বহু লোকে ব্যায়াম কৰিব নোৱাৰে। কিন্তু সঠিক জীৱনশৈলী আৰু স্বাস্থ্যসন্মত খাদ্যাভ্যাসে অনায়াসে ওজন কমাবলৈ সহায় কৰে।

সোনকালে ওজন কমাবলৈ জীৱনশৈলীৰ কি কি পৰিৱৰ্তন আৱশ্যক?

মেদবহুলতা১. খাদ্য লাহে লাহে, ভালদৰে, চোবাই খাব লাগে। ইয়াৰ ফলত হজম দ্ৰুত হয়। সামান্য পৰিমাণৰ খাদ্য খোৱাৰ পিছতো পেট ভৰি যায়।

২. বহুতৰে চিনেমা, ধাৰাবাহিক চাই বা আড্ডা মাৰি থাকোঁতে খাদ্য খোৱাৰ অভ্যাস আছে। অসাৱধানতাৰ বাবে সকলোৱে অতিমাত্ৰা খাদ্য গ্ৰহণ কৰে। ইয়াৰ ফলত চৰ্বি জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

৩. খাদ্যত প্ৰচুৰ পৰিমাণে প্ৰটিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। দৈনন্দিন খাদ্যত কণী, মাংস, শাক-পাচলি, দৈ আদি কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰক।

৪. আঁহযুক্ত খাদ্য খালে পেট বেছি দেৰি ভৰি থাকে। এনে খাদ্যই ওজন কমাতো সহায় কৰে।

৫. প্ৰচেছড ফুড, চিপচ, কেক আদি খাদ্য ঘৰতে মজুত ৰখা বন্ধ কৰক। বৰঞ্চ বহুত ফলমূল, বাদাম ৰাখক। ভোক লাগিলে এই ধৰণৰ খাদ্য বাছি ল’ব লাগে।

৬. ঠাণ্ডা, মিঠা পানীয় পৰিহাৰ কৰক। তাৰ পৰিৱৰ্তে প্ৰতিদিনে ডাবৰ পানী, মৌ আৰু নেমুৰ ৰস খাব লাগে।

৭. দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ ২০ মিনিট আগতে দুগিলাচ পানী খাব লাগে। ইয়াৰ ফলত অতিমাত্ৰা খাদ্য খোৱাৰ প্ৰৱণতা হ্ৰাস পাব।

৮. দ্ৰুত ওজন কমাবলৈ পৰ্যাপ্ত টোপনি অতি প্ৰয়োজনীয়। নিয়মীয়াকৈ ৭ ঘণ্টা টোপনিৰ প্ৰয়োজন। শুই উঠাৰ আগতে ফোন, লেপটপ, টিভিৰ সন্মুখত সময় কটাব নালাগে।

Tags: ওজন
Share4Tweet3Send

Related Posts

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
50
ADVERTISEMENT
‎ফুটবল আৰু মনোৰঞ্জনৰ সৈতে শাৰীৰিক গতিবিধি আৰু চমকপ্ৰদ প্ৰদৰ্শনৰ সংমিশ্ৰণৰ আশা । টৰণ্টোৰ মঞ্চত থাকিব ভাৰতৰ গ্লেমাৰাছ নোৰা ফাতেহী
National-International

‎ফুটবল আৰু মনোৰঞ্জনৰ সৈতে শাৰীৰিক গতিবিধি আৰু চমকপ্ৰদ প্ৰদৰ্শনৰ সংমিশ্ৰণৰ আশা । টৰণ্টোৰ মঞ্চত থাকিব ভাৰতৰ গ্লেমাৰাছ নোৰা ফাতেহী

June 10, 2026
50
‎Rojgar Mela : সমগ্ৰ বিশ্বই ভাৰতৰ উন্নয়ন যাত্ৰাৰ অংশীদাৰ হ’ব বিচাৰে : ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
National-International

‎ইতিহাস ৰচিলে মোদীয়ে । নেহৰুৰ অভিলেখ ভাঙি দীৰ্ঘতম কাৰ্যকালৰ প্ৰধানমন্ত্ৰী

June 10, 2026
50
‎ৰাজ্যসভাৰ পদৰ পৰা পদত্যাগ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ
National-International

‎ৰাজ্যসভাৰ পদৰ পৰা পদত্যাগ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ

June 10, 2026
50
Stop the sun’s rays I সূৰ্যৰ ৰশ্মি আটক কৰি উষ্ণতা বৃদ্ধিৰ প্ৰতিৰোধ, আমেৰিকাত গৱেষণা
National-International

‎সমগ্ৰ বিশ্বতে তাপ প্ৰৱাহ তীব্ৰতৰ । ভাৰতৰ ৯৫ শতাংশ লোক ‘শীতল দৰিদ্ৰতা’ৰ চিকাৰ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎ফুটবল আৰু মনোৰঞ্জনৰ সৈতে শাৰীৰিক গতিবিধি আৰু চমকপ্ৰদ প্ৰদৰ্শনৰ সংমিশ্ৰণৰ আশা । টৰণ্টোৰ মঞ্চত থাকিব ভাৰতৰ গ্লেমাৰাছ নোৰা ফাতেহী

‎ফুটবল আৰু মনোৰঞ্জনৰ সৈতে শাৰীৰিক গতিবিধি আৰু চমকপ্ৰদ প্ৰদৰ্শনৰ সংমিশ্ৰণৰ আশা । টৰণ্টোৰ মঞ্চত থাকিব ভাৰতৰ গ্লেমাৰাছ নোৰা ফাতেহী

June 10, 2026
‎Rojgar Mela : সমগ্ৰ বিশ্বই ভাৰতৰ উন্নয়ন যাত্ৰাৰ অংশীদাৰ হ’ব বিচাৰে : ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

‎ইতিহাস ৰচিলে মোদীয়ে । নেহৰুৰ অভিলেখ ভাঙি দীৰ্ঘতম কাৰ্যকালৰ প্ৰধানমন্ত্ৰী

June 10, 2026
‎ৰাজ্যসভাৰ পদৰ পৰা পদত্যাগ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ

‎ৰাজ্যসভাৰ পদৰ পৰা পদত্যাগ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx