ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

‘ৰকেট্ৰী দা নাম্বি ইফেক্ট’ অভিনেতাৰ চৰম সিদ্ধান্ত! কি কʼলে মাধৱনে?

নিউজ ডেস্কঃ

News Desk by News Desk
December 31, 2022
Reading Time: 1 min read
A A
0
‘ৰকেট্ৰী দা নাম্বি ইফেক্ট’ অভিনেতাৰ চৰম সিদ্ধান্ত! কি কʼলে মাধৱনে?

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

বছৰৰ শেষত মাধৱনে (Madhavane) নিজৰ পুত্ৰৰ পৰা অনুপ্ৰাণিত হৈ এটা চৰম সিদ্ধান্ত লʼলে! কি কʼলে অভিনেতা (Actor), পৰিচালক আৰু মাধৱন, বলীউডৰ ‘মেডী’ (‘Maddy’)য়ে! বছৰৰ শেষৰ দিনটোত তেওঁ পুত্ৰই জিম কৰাৰ ভিডিঅ’ ইনষ্টাগ্ৰামত পোষ্ট কৰে।

তেওঁ কেপচনত লিখিছে, “সপোন বহুত আছে, এতিয়া সেইবোৰ বাস্তৱায়িত কৰাৰ সময় আহি পৰিছে। অতি সোনকালে হ’ব। এতিয়া পুত্ৰৰ পৰা অনুপ্ৰাণিত হোৱাৰ সময়।” অভিনেতাগৰাকীৰ এই সিদ্ধান্তই তেওঁৰ অনুৰাগীসকলক সুখী কৰি তুলিছে।

R Madhavan | ASSAM TIMES POST

সকলোৱে নতুন বছৰত নতুন উদ্যমেৰে জীৱনটো সজাব বিচাৰে। এই ক্ষেত্ৰত মাধৱনো ইয়াৰ ব্যতিক্ৰম নহয়। ‘ৰেহনা হায় তেৰে দিল মে’ ছবিৰ জৰিয়তে তেওঁ বলীউডত স্থান দখল কৰে। অভিনেত্ৰী দিয়া মিৰ্জা আৰু অভিনেতা ছাইফ আলী খানৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিছিল। দিয়াৰ সৈতে হোৱা ৰোমাঞ্চত দৰ্শকক বুৰাই পেলোৱা হৈছিল। বহু বছৰৰ পাছত ‘থ্ৰী ইডিয়টছ’ ছবিখনত পুনৰ মাধৱনৰ যাদু দেখিলে দৰ্শকে। ইয়াৰ উপৰি তেওঁৰ ছবি ‘ৰকেটৰী দা নাম্বি ইফেক্ট’এও যথেষ্ট সঁহাৰি লাভ কৰিছিল।

কেৱল অভিনেতা হিচাপেই নহয়, মাধৱনৰ নাম-যশ আদৰ্শ পিতৃ হিচাপেও। বলীউডৰ ৰজা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান যেতিয়া ড্ৰাগছৰ গোচৰত জড়িত হৈ আছিল, তেতিয়া মাধৱনৰ পুত্ৰৰ ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল। কাৰণ তেতিয়া অভিনেতাৰ পুত্ৰই খেলত পদক লাভ কৰিছিল।

বছৰৰ শেষত অভিনেতাগৰাকীয়ে পোষ্ট কৰা ভিডিঅʼটো দেখাৰ পিছত আকৌ এবাৰ আৱেগেৰে বুৰ গৈছে নেটিজেনসকল। পিতৃ-পুত্ৰৰ এই মধুৰ সম্পৰ্কই গঢ়ি তুলিছে এক নতুন নজিৰ।

Tags: Madhavanমাধৱন
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ
National-International

‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ

May 21, 2026
50
Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা
DIPHU

Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা

May 21, 2026
50
Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও
National-International

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

May 21, 2026
50
One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ
National-International

One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

May 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ

‎Maoists surrender : ৰাচীত ২৭ মাওবাদীৰ আত্মসমর্পণ

May 21, 2026
Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা

Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা

May 21, 2026
Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

May 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx