ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

বিমুদ্ৰাকৰণৰ সিদ্ধান্ত ভুল নাছিল, উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 2, 2023
Reading Time: 1 min read
A A
0
বিমুদ্ৰাকৰণৰ সিদ্ধান্ত ভুল নাছিল, উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

১০০০ আৰু ৫০০ টকীয়া পুৰণি নোট বাতিল কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা গোচৰত সোমবাৰে উচ্চতম ন্যায়ালয়ে Supreme Court ৰায় দিয়ে। ৰায়দানত কোৱা হৈছে যে কেন্দ্ৰৰ সিদ্ধান্তত কোনো ভুল নাই। আৰু তাৰ বাবে উচ্চতম ন্যায়ালয়ে Supreme court কেন্দ্ৰৰ সিদ্ধান্তক সমৰ্থন কৰে। কেন্দ্ৰীয় চৰকাৰৰ কোনো বিত্তীয় সিদ্ধান্তক উভতাই ল’ব নোৱাৰিব বুলিও উচ্চতম ন্যায়ালয়ে কয়।

Demonetisation
বিমুদ্ৰাকৰণৰ সিদ্ধান্ত ভুল নাছিল, উচ্চতম ন্যায়ালয়:

উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে সিদ্ধান্ত লোৱাৰ ধৰণ বিবেচনা কৰিলে কেন্দ্ৰৰ সিদ্ধান্ত বাতিল কৰিব নোৱাৰি। ৰিজাৰ্ভ বেংকৰ সৈতে ছমাহৰ আলোচনাৰ অন্তত কেন্দ্ৰই  বিমুদ্ৰাকৰণ Demonetisation ৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই ৰায় ঘোষণা কৰাৰ সময়ত এই কথা কয় উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে। কেন্দ্ৰৰ এই সিদ্ধান্তৰ সপক্ষে চাৰিজন ন্যায়াধীশে ভোটদান কৰাৰ বিপৰীতে এজন ন্যায়াধীশে বিৰোধত ভোটদান কৰে।

বিমুদ্ৰাকৰণৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৫৮খন আবেদন দাখিল কৰা হয়। আবেদনকাৰীসকলে যুক্তি আগবঢ়ায় যে চৰকাৰে সঠিক পৰিকল্পনাৰে এই সিদ্ধান্ত লোৱা নাই আৰু শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰিব লাগে। চৰকাৰৰ প্ৰতিবাদী যুক্তি আছিল যে কাৰ্যক্ষেত্ৰত এই সিদ্ধান্ত বাতিল কৰাটো সম্ভৱ নহয়। কেন্দ্ৰৰ অধিবক্তাই লগতে দাবী কৰে যে যদি বিমুদ্ৰাকৰণৰ সিদ্ধান্ত বাতিল কৰিব লাগে তেন্তে ‘সময়ক পিছুৱাই লৈ গৈ’ বাতিল কৰিব লাগিব।

ন্যায়াধীশ এছ এ নাজিৰৰ নেতৃত্বত গঠিত পাঁচজনীয়া সংবিধান বিচাৰপীঠে শীতকালীন বিৰতিৰ পূৰ্বে দুয়োপক্ষৰ যুক্তি শুনিছিল আৰু ৭ ডিচেম্বৰত ৰায় সংৰক্ষিত কৰিছিল। সংবিধান বিচাৰপীঠৰ আন সদস্যসকল হৈছে ন্যায়াধীশ বি আৰ গাৱৈ, বি ভি নাগাৰত্ন, এ এছ বোপন্না আৰু ভি ৰামাসুব্ৰমণিয়ম। এই গোচৰত ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ বি ভি নাগাৰাথ্নাই দুটা পৃথক ৰায় দিয়া বুলিও জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

উল্লেখ্য, ২০১৬ চনৰ ৮ নৱেম্বৰত কেন্দ্ৰৰ বিজেপি চৰকাৰে ৫০০ আৰু ১০০০ টকীয়া নোট বাতিল কৰি নতুন ৫০০ আৰু ২০০০ টকীয়া নোট প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লয়। কেন্দ্ৰৰ যুক্তি আছিল যে চৰকাৰে এই সিদ্ধান্ত লৈছিল অবাধ কʼলা ধন বন্ধ কৰিবলৈ।

ইয়াৰ উপৰি চৰকাৰে দাবী কৰিছিল যে যদি পুৰণি নোট সলনি কৰা হয় তেন্তে কʼলা ধন ৰখা লোকসকল বিপদত পৰিব, লগতে ভাৰতীয় অৰ্থনীতিত স্বচ্ছতা আহিব। কিন্তু বিমুদ্ৰাকৰণৰ পিছত সম্পূৰ্ণ বেলেগ ছবি এখন দেখা যায়। সমগ্ৰ দেশতে সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ লোক। নতুন টকা পাবলৈ বেংকৰ বাহিৰত ভিৰ কৰিবলগা হয়। টকা সলনি কৰাৰ বাবে হোৱা ভিৰত দেশবাসীয়ে মৃত্যুও দেখিছিল।

Tags: উচ্চতম ন্যায়ালয়
Share4Tweet3Send

Related Posts

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

by News Desk
June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

by Staff Reporter
June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

by News Desk
June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

by News Desk
June 5, 2026
50
Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

by Staff Reporter
June 5, 2026
50
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government
National-International

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

by Staff Reporter
June 5, 2026
50
ADVERTISEMENT
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx