ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

গুৱাহাটী সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ:

নিউজ ডেস্কঃ

News Desk by News Desk
January 13, 2023
Reading Time: 1 min read
A A
0
গুৱাহাটী সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ:

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ (Guwahati Smart City Project) অংশ হিচাপে মহানগৰীত ৰূপায়ণ হৈ আছে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ কাম। বিশেষকৈ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ পাৰৰ সৌন্দৰ্য (The beauty of the Brahmaputra bank in Guwahati) বৃদ্ধি আৰু উজানবজাৰৰ পৰা জালুকবাৰীলৈকে প্ৰায় ৬ কিলোমিটাৰজুৰি উন্নয়নমূলক আন্তঃগাঁথনি নিৰ্মাণৰ কাম চলি আছে।

গুৱাহাটী সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পস্থলী
গুৱাহাটী সৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী:

আজি উক্ত নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’বলৈ নিৰ্মাণস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। তাৰেই অংশ হিচাপে ফাঁচীবজাৰ ব’টানিকেল গাৰ্ডেন পৰিদৰ্শন কৰি তাত বৰ্তমানে চলি থকা নিৰ্মাণকাৰ্যৰ সকলো দিশৰ বুজ লয়।

লগতে তেওঁ আশা ব্যক্ত কৰে যে আগন্তুক ছমাহৰ ভিতৰত প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিব।পৰিদৰ্শনকালত জি এম ডি এক এই নিৰ্মাণৰে জড়িত সকলো আনুষংগিক কাৰ্য সফলতাৰে ৰূপায়ণ কৰি এক আকৰ্ষণীয় ক্ষেত্ৰৰূপে গঢ় দিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে।

ghy 3 1 1 | ASSAM TIMES POST

আনহাতে, গুৱাহাটীক স্মাৰ্ট চিটী হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ নদীমুখ প্ৰকল্প ৰূপায়ণ অব্যাহত ৰাখিছে অসম চৰকাৰে। আজি ইয়াৰ অংশস্বৰূপে পাণবজাৰৰ নিৰ্মাণ ক্ষেত্ৰ পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লৈ গুণগত মানসম্পন্ন নিৰ্মাণেৰে প্ৰকল্পটি সময়মতে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে। তদুপৰি, কাৰ্যকৰী সংস্থাৰ সৈতে আলোচনা কৰি নিৰ্মাণ ক্ষেত্ৰৰ গোটেই দৃশ্যপটৰ এক সংহত সমতা বজাই ৰাখি আকৰ্ষণীয় ৰূপত গঢ় দিবলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

ghy 4 1 | ASSAM TIMES POST

পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে অশোক সিংহল, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভনকে ধৰি অন্যান্যসকল উপস্থিত থাকে।

Tags: Chief Minister's beautification project siteসৌন্দৰ্যবৰ্ধনৰ প্ৰকল্পস্থলী মুখ্যমন্ত্ৰীৰ
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
50
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব
National-International

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

August 1, 2026
50
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা

August 1, 2026
India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

India US relations : ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে ১০০ শতাংশ শুল্কৰ বিধেয়ক গৃহীত হ’লে ভাৰতৰ কি হ’ব

August 1, 2026
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

August 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx