ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

অনাদায় হৈ আছে কৰ, বচ্চন বোৱাৰী ঐশ্বৰ্যৰ কৰ ফাঁকি !

নিউজ ডেস্কঃ

News Desk by News Desk
January 18, 2023
Reading Time: 1 min read
A A
0
অনাদায় হৈ আছে কৰ, বচ্চন বোৱাৰী ঐশ্বৰ্যৰ কৰ ফাঁকি !

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

অফুৰন্ত ‘ঐশ্বৰ্য’ৰ মালিক। আৰু কিবা কৰিবলৈ বাকী আছেনে! কিন্তু এক অবিশ্বাস্য কাণ্ড কৰিছে ঐশ্বৰ্য ৰায় বচ্চনে (Aishwarya Rai Bachchan)। তাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে (Government of Maharashtra) তেওঁক জাননী জাৰি (Notice issued) কৰিছে। খবৰ অনুযায়ী, এই জাননী তেওঁক ৯ জানুৱাৰীত প্ৰেৰণ কৰা হৈছিল। ১৮ জানুৱাৰীত তেওঁৰ কৰ আদায় দিয়াৰ অন্তিম দিন (Last day for payment of taxes)।

ঐশ্বৰ্যৰ কৰ ফাঁকি
Aishwarya’s tax evasion:

অভিনেত্ৰীগৰাকীৰ হৈ তেওঁৰ অধিবক্তাই সংশ্লিষ্ট বিষয়াসকলৰ সৈতে যোগাযোগ কৰে। তেওঁ কয় যে নিৰ্দিষ্ট সময়ত কিছুমান কৰ আদায় দিয়া হʼব।পিছে কৰৰ পৰিমাণ বহু বেছি নেকি, যাৰবাবে নায়িকাগৰাকীয়ে দিব নোৱাৰিলে? চৰকাৰী জাননীত কোৱা হৈছে যে নাচিকৰ সমীপৰ সিন্নাৰ জিলাৰ আদবাদি গাঁৱৰ এক হেক্টৰ মাটিৰ বাবে তেওঁৰ কৰ মাত্ৰ ২১,৯৬০ টকা।

এই টকাও তেওঁ দিব নোৱাৰিলে! আৰু এই ধনৰাশি তেওঁ এবছৰতকৈ অধিক সময় আদায় দিয়া নাই। তেওঁৰ অধিবক্তাই পলম হোৱাৰ কাৰণো বুজাই দিলে। ঐশ্বৰ্যই উইন্দমিলত বিনিয়োগ কৰে। ২০০৯ চনত তেওঁ এই মাটি ক্ৰয় কৰিছিল। ইমান বছৰে তেওঁ কৰ দি আহিছে। কেৱল এই বিশেষ মূল্যায়ন বৰ্ষৰ বাবে কৰ বাকী আছে।

উল্লেখ্য, ঐশ্বৰ্য ৰায় বচ্চনে প্ৰথমবাৰৰ বাবে চৰকাৰী জাননী পোৱা নাই। ইয়াৰ পূৰ্বে তেওঁ ১২০০ৰো অধিক কৰ খিলাফি কৰিছে। তাৰ বাবে তেওঁ একাধিক জাননী পাইছিল। সেই সময়ত সংশ্লিষ্ট মহলে তেওঁৰ পৰা কোনো সঁহাৰি পোৱা নাছিল। চৰকাৰী জাননীৰ বিৰুদ্ধে তেওঁৰ অধিবক্তাই প্ৰথমবাৰৰ বাবে আইনী সঁহাৰি দিছে।

Tags: Aishwarya's tax evasionঐশ্বৰ্যৰ কৰ ফাঁকি
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা
DIPHU

Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা

May 21, 2026
50
Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও
National-International

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

May 21, 2026
50
One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ
National-International

One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

May 21, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Itali visit I ইটালীত মোদীৰ চকলেট কূটনীতি আৰু মেল’নীৰ সৈতে বৈঠক; বাণিজ্য-প্ৰতিৰক্ষা সহযোগিতাত গুৰুত্ব

May 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা

Awareness Meeting : ডিফুত ড্ৰাগছ আৰু পথ সুৰক্ষাৰ ওপৰত সজাগতা সভা

May 21, 2026
Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

Drinking Water siren : পানী খোৱাৰ বাবে বাজে চাইৰেন, বিদ্যুতৰ বিল শূন্য; বিশ্বৰ বাবে নিদৰ্শন এখন ভাৰতীয় গাঁও

May 21, 2026
One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

One Nation One Vote । ‘এক দেশ, এক নিৰ্বাচন’ কাৰ্যকৰী হ’লে ৭ লাখ কোটি ৰাহি হ’ব, দাবী জেপিচিৰ মুৰব্বীৰ

May 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx