ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

শ্বাহিদৰ ঘৰত কাৰ্তিক! মাহিলি ভাড়া জানি আচৰিত হʼব

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
January 19, 2023
Reading Time: 1 min read
A A
0
শ্বাহিদৰ ঘৰত কাৰ্তিক! মাহিলি ভাড়া জানি আচৰিত হʼব

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

মায়ানগৰীত নায়কসকলৰ মাজত বিৰোধৰ খবৰে অধিক প্ৰচাৰ লাভ কৰে। কিন্তু বন্ধুত্বও আছে। শ্বাহিদ কাপুৰ আৰু কাৰ্তিক আৰিয়ানৰ (Shahid Kapoor and Kartik Aaryan) দৰে। দুয়োজনেই এই মুহূৰ্তৰ আটাইতকৈ চৰ্চিত তাৰকা। এইবাৰ কাৰ্তিক শ্বাহিদৰ ঘৰত থাকিব। অলপ খুলি কোৱা যাওক।শেহতীয়াকৈ কাৰ্তিকে মুম্বাইৰ জুহুত এটা ফ্লেট ভাড়াত লৈছে।

শ্বাহিদৰ ঘৰত কাৰ্তিক
Kartik Aaryan rents Shahid Kapoor’s

সেই ঘৰৰ মালিক শ্বাহিদ। সূত্ৰৰ পৰা জানিব পৰা মতে, ‘ভুলভুলেইয়া ২’ৰ ফেম অভিনেতাগৰাকীয়ে তিনি বছৰৰ বাবে ভাড়াত লৈছে ঘৰটো। এই চুক্তিত কাৰ্তিকৰ মাতৃ মালা তিৱাৰী আৰু শ্বাহিদৰ পত্নী মীৰা ৰাজপুতৰ নাম উল্লেখ কৰা হৈছে।

কাৰ্তিকে শ্বাহিদক ঘৰৰ ভাড়াৰ বাবে কিমান টকা দিব লাগিব?

টকাৰ পৰিমাণ কম নহয়। কাৰ্তিকে প্ৰতিমাহে দিব লাগিব ৭ লাখ ৫০ হাজাৰ টকা! কেৱল সেয়াই নহয়, প্ৰতি বছৰে ৭ শতাংশ হাৰত ঘৰৰ ভাড়া বৃদ্ধি পাব বুলি চুক্তিখনত উল্লেখ আছে। অৰ্থাৎ দ্বিতীয় বছৰত ঘৰৰ ভাড়া ৮ লাখ ২০ হাজাৰ টকা আৰু তৃতীয় বছৰত সেই ভাড়া ৮ লাখ ৫৮ হাজাৰ টকা হʼব।

শ্বাহিদ কাপুৰ আৰু কাৰ্তিক আৰিয়ান
শ্বাহিদ কাপুৰ আৰু কাৰ্তিক আৰিয়ান:

সম্প্ৰতি শ্বাহিদ আৰু মীৰাই নিজৰ নতুন বিলাসী ঘৰখনত থাকিবলৈ আৰম্ভ কৰিছে। ২০১৮ চনৰ পৰা কাৰ্তিকক ভাড়াত দিয়া ঘৰটোত বাস কৰিছিল পৰিয়ালসহ পৰ্দাৰ ‘কবীৰ সিং’। প্ৰায় ৪ হাজাৰ বৰ্গফুটৰ ফ্লেট। দুটা সুকীয়া পাৰ্কিঙৰ ব্যৱস্থা আছে।

মন কৰিবলগীয়া যে গোৱালিয়াৰৰ পৰা মুম্বাইলৈ অহাৰ পিছত কাৰ্তিকে আগতে মুম্বাইৰ ভাৰ্ছোভা অঞ্চলৰ এটা সৰু ফ্লেটত ভাড়াতীয়া হৈ আছিল। ২০১৯ চনত কাৰ্তিকে সেই ফ্লেটটো প্ৰায় দুই কোটি টকাত ক্ৰয় কৰিছিল। এইবাৰ শ্বাহিদৰ ঘৰত কেতিয়া ভৰি দিয়ে তাৰ অপেক্ষা। উল্লেখ্য, কাৰ্তিক অভিনীত ছবি ‘শ্বেহজাদা’ অহা মাহত মুক্তি পাব।

Tags: শ্বাহিদৰ ঘৰত কাৰ্তিক
Share4Tweet3Send

Related Posts

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx