ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট : আশা-নিৰাশাৰ কিছু কথা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 31, 2023
Reading Time: 1 min read
A A
0
১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট : আশা-নিৰাশাৰ কিছু কথা

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট (Budget) অধিবেশন। সংসদৰ যুটীয়া অধিবেশনত ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হৈছে বাজেট অধিবেশন। আনহাতে, ১ ফেব্ৰুৱাৰীত সংসদত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) । ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ মঙলবাৰে সংসদত দাখিল কৰা হʼব বিত্তীয় জৰীপৰ প্ৰতিবেদন।

কেন্দ্ৰীয় বাজেট
Union Budget:
সংবাদ সংস্থা ৰয়টাৰৰ মতে, প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি (Gross Domestic Product) বৃদ্ধিৰ হাৰ ৬ শতাংশৰ পৰা ৬.৮ শতাংশ হʼব পাৰে। বিষয়টোৰ সৈতে পৰিচিত এজন নাম প্ৰকাশ নকৰা ব্যক্তিৰ উদ্ধৃতি দি সংবাদ সংস্থাটোৱে কয় যে ২০২৩-২৪ বিত্তীয় বৰ্ষত বৃদ্ধিৰ হাৰ (ভিত্তি স্তৰ) ৬.৫ শতাংশ হʼব পাৰে। যিটো যোৱা তিনি বছৰৰ ভিতৰত আটাইতকৈ কম।
প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০২৩-২৪ বিত্তীয় বৰ্ষত নামমাত্ৰ বৃদ্ধি ১১ শতাংশ হʼব বুলি পূৰ্বানুমান কৰা হৈছে। বিত্তীয় জৰীপৰ প্ৰতিবেদনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বিগত এটা বছৰত অৰ্থনীতিৰ অৱস্থা কেনেকুৱা হৈছে তাৰ গাণিতিক পৰিসংখ্যাগত ছবি দাঙি ধৰে। কোভিড মহামাৰীৰ পিছত ভাৰতৰ অৰ্থনীতি কিছু ঠিক হৈছে। কিন্তু ৰাছিয়া-ইউক্ৰেইন যুদ্ধই মুদ্ৰাস্ফীতিৰ বৃহৎ চাপ বৃদ্ধি কৰিছে।
সেইটোৱে মহামাৰীৰ সময়ত গ্ৰহণ কৰা শিথিল মুদ্ৰানীতিৰ পথৰ পৰা আঁতৰি যোৱাৰ ইংগিত দিয়ে। কিন্তু সমীক্ষাত যদি মন্থৰ বৃদ্ধিৰ বাতৰি পোৱা যায়, তেন্তেও ৬.৫ শতাংশ বৃদ্ধিয়ে ভাৰতক বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ দৌৰত স্থান দিব। যদিও ই পৰামৰ্শ দিয়া ৭ শতাংশতকৈ কম। যোৱা বছৰ এই বৃদ্ধিৰ হাৰ আছিল ৮.৭ শতাংশ।মঙলবাৰে ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন।
যৌথ সদনত ৰাষ্ট্ৰপতিৰ অনুমতি সাপেক্ষে বিত্তমন্ত্ৰীয়ে সংসদত বিত্তীয় জৰীপৰ প্ৰতিবেদন পঢ়িব। এই বছৰ দেশৰ অৰ্থনীতি কেনেদৰে গতি কৰিলে সেয়া বুজিব পৰা যাব। ইয়াৰ পিছত ১ ফেব্ৰুৱাৰীত পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হʼব। জৰীপৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে (V Anantha Nageswaran)। প্ৰতিবেদন অনুসৰি, বিত্তীয় সমীক্ষাৰ পৰা ভাৰতৰ নিয়োগৰ ছবিখনত সামান্য উন্নতিৰ কথা কʼব পাৰে।
অৱশ্যে সামগ্ৰিক নিয়োগৰ বাবে ব্যক্তিগত বিনিয়োগৰ প্ৰয়োজনীয়তাও উল্লেখ কৰিব পাৰে প্ৰতিবেদনত।অহা বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতিৰ গতি মন্থৰ হʼব বুলি আশা কৰিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে। আই এম এফৰ তথ্য অনুসৰি ভাৰতৰ অৰ্থনীতি ৬.১ শতাংশ বৃদ্ধি পাব পাৰে। যিটো ৩১ মাৰ্চত সমাপ্ত হোৱা চলিত বিত্তীয় বৰ্ষৰ বাবে ৬.৮ শতাংশ আছিল।
Tags: Union Budgetকেন্দ্ৰীয় বাজেট
Share4Tweet3Send

Related Posts

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

by News Desk
August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

by News Desk
August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

by News Desk
August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

by News Desk
August 13, 2026
50
Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী
National-International

Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

by News Desk
August 13, 2026
50
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

by News Desk
August 12, 2026
50
ADVERTISEMENT
Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত
KARBI ANGLONG

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
50
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ
KARBI ANGLONG

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
50
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক
National-International

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026
50
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

Body recovered in Karbi Anglong : কাৰ্বি আংলঙৰ ডকমকাত মৃতদেহ উদ্ধাৰ, হত্যা নে আত্মহত্যা ৰহস্যৰ আৱৰ্তত

August 13, 2026
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীৰ কাম আৰম্ভ

August 13, 2026
Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

Jharkhand protest : প্ৰশ্নকাকত ফাদিলবিৰোধী প্ৰতিবাদত অশান্তি, ঝাৰখণ্ডত আৰক্ষীৰ লক্ষ্যত ৩০০ অচিনাক্ত লোক

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT