![]()
এজন চিআৰপিএফ জোৱানৰ (CRPF Jawan) আত্মহনন(Suicide)। বাক্সাৰ নিবাসী গুণীন দাস নামে চিআৰপিএফ জোৱান জনে ছত্তীশগড়ৰ(Chhattisgarh) ৰায়পুৰৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ আঁতৰত থকা বৰচুৰ আৰক্ষী থানা এলেকাৰ চিৰআৰপিএফৰ ১৯৫ তম বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত নিজৰ বন্দুকেৰে আত্মহনন কৰে।

উল্লেখ্য যে, যোৱা দুদিন পূৰ্বে ঘৰৰ পৰা গৈ যোগদান কৰিছিল কৰ্মত। তেওঁ বন্দুকেৰে আত্মহত্যা কৰাৰ পিছত হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে আৰক্ষীৰ।









