ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Meghalaya Election I মেঘালয় বিধানসভাৰ অধ্যক্ষ এইবাৰ আটাইতকৈ ধনী প্ৰাৰ্থী, কিমান কোটিৰ সম্পত্তিৰ মালিক?

নিউজ ডেস্কঃ

News Desk by News Desk
February 23, 2023
Reading Time: 1 min read
A A
0
Meghalaya Election I মেঘালয় বিধানসভাৰ অধ্যক্ষ এইবাৰ আটাইতকৈ ধনী প্ৰাৰ্থী, কিমান কোটিৰ সম্পত্তিৰ মালিক?

Assembly Speaker Metbah Lyngdoh speaking on the 1st day of Autumn Session at Meghalaya Legislative Assembly on Thursday. (Photo by Sanjib Bhattacharjee).

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

নিৰ্বাচন আয়োগক দাখিল কৰা মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত উল্লেখ কৰা হৈছে যে তেওঁৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ (Property Value) মুঠ পৰিমাণ ১২৭ কোটি (127 Cr)। এইবাৰ মেঘালয় বিধানসভা (Meghalaya Legislative Assembly) নিৰ্বাচনত তেওঁ সৰ্বাধিক ধনী প্ৰাৰ্থী। তেওঁ ইউনাইটেড ডেমোক্ৰেটিক পাৰ্টিৰ নেতা (United Democratic Party Leader) আৰু বিধানসভাৰ বিদায়ী অধ্যক্ষ (Speaker) মেটবা লিংডো (Matba Lyngdoh)।

অধ্যক্ষ
মেঘালয় বিধানসভাৰ অধ্যক্ষ:

মৈৰাং কেন্দ্ৰৰ বিদায়ী বিধায়ক মেটবাই পুনৰ সেই আসনৰ পৰাই নির্বাচনৰ বাবে যুঁজ দিছে৷ ২০১৮ চনত বিধানসভা নিৰ্বাচনৰ সময়ত শপতনামাত তেওঁৰ মুঠ সম্পত্তি ৮৭২.৬ মিলিয়ন বুলি কোৱা হৈছিল। মেঘালয়ৰ শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ নেচনেল পিপলছ পাৰ্টিৰ মুৰব্বী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মুঠ সম্পত্তি মেটাবাৰ তুলনাত বহু কম। তেওঁৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ মুঠ পৰিমাণ ১৪ কোটি ৬ লাখ।

কিন্তু ২০১৮ চনত কনৰাডে নিজৰ নিৰ্বাচনী শপতনামাত উল্লেখ কৰিছিল যে তেওঁৰ হাতত ৫ কোটি ৩৩ লাখ টকাৰ সম্পত্তি আছে। সেই হিচাপে ৫ বছৰত তেওঁৰ সম্পত্তি ১৬৪ শতাংশ বৃদ্ধি পাইছে! শতকৰা হাৰত অৱশ্যে মেঘালয়ৰ ছোনিয়াভলঙৰ সম্পত্তি যোৱা ৫ বছৰত সৰ্বাধিক বৃদ্ধি পাইছে। প্ৰায় ৬০৭ শতাংশ। ২০১৮ চনত ৬ কোটি টকাৰ পৰা ২০২৩ চনত ৪৫ কোটি টকা।

Tags: Matba LyngdohMeghalaya Legislative Assemblyমেঘালয় বিধানসভা নিৰ্বাচনমেটবা লিংডো
Share4Tweet3Send

Related Posts

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
NORTHEAST

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

by News Desk
July 2, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx