ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Tripura CM Manik Shah! সামান্য ব্যৱধানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ সন্মান ৰক্ষা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 2, 2023
Reading Time: 1 min read
A A
0
Tripura CM Manik Shah! সামান্য ব্যৱধানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ সন্মান ৰক্ষা

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

মাত্ৰ ৯ মাহতে কমিল ভোটৰ ব্যৱধান। ত্ৰিপুৰাৰ (Tripura) মুখ্যমন্ত্ৰী (CM) মাণিক সাহাই (Manik Shah) যোৱা বছৰৰ জুন মাহত টাউন বৰদোৱালী বিধানসভা সমষ্টিত কংগ্ৰেছৰ আশীষ সাহাক (Asish Shah) ৬১০৪টা ভোটত পৰাস্ত কৰিছিল। এইবাৰ আশীষৰ লগত তেওঁৰ ব্যৱধান হাজাৰতকৈও কমলৈ হ্ৰাস পালে।

Tripura CM Manik Shah
Tripura CM Manik Shah Wins By Over 1300 Votes

টাউন বৰদোৱালী সমষ্টিত ৫০ শতাংশ ভোট লাভ কৰে মাণিকে। তেওঁৰ প্ৰতিদ্বন্দ্বী বাওঁপন্থী সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থী আশীষে প্ৰায় ৪৭ শতাংশ ভোট লাভ কৰে। তৃণমূলৰ (Trinamul) প্ৰাৰ্থীৰ দখল ডেৰ শতাংশতকৈ অলপ বেছি। বিৰোধীয়ে দাবী কৰিছে যে বিজেপিৰ ‘শক্তিশালী ভিত্তি’ হিচাপে পৰিচিত ৰাজধানী আগৰতলাৰ আসনত নামমাত্ৰ ব্যৱধানত মাণিক জয়ী হোৱাটো বিজেপিৰ সমৰ্থন হ্ৰাস পোৱাৰ লক্ষণ। উল্লেখ্য, ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত টাউন বৰদোৱালী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছিল আশীষ। পিছত তেওঁ বিধায়ক পদৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে, যাৰ ফলত উপ-নিৰ্বাচন হয়।

টাউন বৰদোৱালী সমষ্টিত জুন মাহৰ উপ-নিৰ্বাচনত ১৭,১৮১ টা ভোট লাভ কৰে মাণিকে। তেওঁৰ প্ৰতিদ্বন্দ্বী, দুবাৰৰ বিধায়ক, কংগ্ৰেছ প্ৰাৰ্থী আশীষে ১১,০৭৭ টা ভোট লাভ কৰে। তৃণমূলৰ প্ৰাৰ্থী সংহিতা ভট্টাচাৰ্যই এই কেন্দ্ৰত মাত্ৰ ৯৮৬ টা ভোট লাভ কৰে।

আসনখনত বামফ্ৰন্টৰ ফৰৱাৰ্ড ব্লকৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৩,৩৭৬টা ভোট। এইবাৰ বাওঁপন্থীৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ বাবে সেই ভোট কংগ্ৰেছলৈ যায়। শাসকীয় শিবিৰৰ দাবী যে ইয়াৰ ফলত এই ব্যৱধান কমিছে।

বিগত বৰ্ষৰ মেʼ মাহত বিপ্লৱ দেৱে (Biplob Dev) হঠাৎ পদত্যাগ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে বিজেপিয়ে ৰাজ্যসভাৰ সাংসদ মাণিক সাহাক ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে। মুখ্যমন্ত্ৰীৰ আসনত থাকিবলৈ উপ-নিৰ্বাচনত জয়ী হʼবলগা হৈছিল। একালৰ কংগ্ৰেছ নেতা মাণিকে ২০১৬ চনত বিজেপিত যোগদান কৰিছিল। পেছাত দন্ত চিকিৎসক, ২০২০ চনত ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সভাপতিও আছিল তেওঁ।

Tags: Manik Shah
Share4Tweet3Send

Related Posts

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
NORTHEAST

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

by News Desk
July 2, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx