ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Zubeen Garg! বঙাইগাঁৱত নিষিদ্ধ জুবিন গাৰ্গঃ ৰঙালী বিহুত আছিল দুটাকৈ অনুষ্ঠানঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
March 4, 2023
Reading Time: 1 min read
A A
0
অন্য বৰ্ষদৰে খাৰঘুলিৰ পৰাই শিল্পী জুবিনে আৰম্ভ কৰিলে ৰঙালী বিহু অনুষ্ঠান:

RELATED POSTS

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

১০৮ নং শিৱসাগৰ (Sivsagar) বিধানসভা সমষ্টিৰ বিধায়কৰ উদ্যোগত আৰু প্ৰতিভা সন্ধানী প্ৰতিযোগিতা উদযাপন সমিতিৰ সৌজন্যত তথা শিৱসাগৰ সমষ্টিবাসী ৰাইজৰ সহযোগত কিছুদিন পূৰ্বে জিলাখনৰ বৰ্ডিং খেলপথাৰত আয়োজিত হোৱা সাংস্কৃতিক সন্ধিয়াত মুখ্য আকৰ্ষণ আছিল জুবিন গাৰ্গ (Zubeen Garg)।

Zubeen Garg
Zubeen Garg Banned

কিন্তু, মঞ্চত উঠিয়েই “আজি মোৰ গান গোৱা মন নাই” বুলি কয় মঞ্চৰ পৰা নামি আহিছিল জুবিন গাৰ্গ। তেওঁৰ এই আচৰণে সেইদিনা শিৱসাগৰবাসীক যথেষ্ট ক্ষুদ্ধ কৰি তোলাৰ পিছতেই এতিয়া শিল্পী গৰাকীৰ ওপৰত নিজ ক্ষোভ উজাৰিছে বঙাইগাঁও (Bongaigaon) বাসীয়ে। আগন্তুক ৰঙালী বিহুত বঙাইগাঁৱত দুটাকৈ সংগীতানুষ্ঠান আছিল জুবিন গাৰ্গৰ। কিন্তু আক্ৰাছু দলে বঙাইগাঁৱত ইতিমধ্যে জুবিন গাৰ্গক নিষিদ্ধ কৰাৰ কথা প্ৰকাশ কৰিছে।

জুবিন গাৰ্গ আৱেগ। কিন্তু অসমে ৰাজ্যৰ সম্পদ হিচাবে গণ্য কৰা জুবিন গাৰ্গৰ আচহুৱা আচৰণে এতিয়া অসমবাসীক হতহম্ভ কৰি তুলিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Zubeen Garg
Share5Tweet3Send

Related Posts

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩
Entertainment

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

by News Desk
October 19, 2026
51
Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ
Entertainment

Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ

by News Desk
October 19, 2026
51
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
55
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
57
ADVERTISEMENT
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

October 20, 2026
50
Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ
NORTHEAST

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

October 20, 2026
50
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP leaders arrested : সৌৰভ-আশুতোষৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি, আৰক্ষীৰ জাননীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত নেহা

October 20, 2026
50
Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

October 20, 2026
Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

October 20, 2026
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

CJP leaders arrested : সৌৰভ-আশুতোষৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি, আৰক্ষীৰ জাননীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত নেহা

October 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d