ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Naked Human I হোজাইৰ ব্যক্তিগত ছাত্ৰীবাসৰ ঘটনাৰ উলংগ মানৱক গ্ৰেপ্তাৰ

হোজাইৰ পৰা মনোজ কুমাৰ পাঠকঃ

News Desk by News Desk
March 4, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

Child marriage : বাল্যবিবাহ বিৰোধী অভিযানত কাছাৰত গ্ৰেপ্তাৰ ২৭ জন

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

যোৱাকালি হোজাইৰ ব্যক্তিগত খণ্ডৰ ছাত্ৰীবাসৰ উলংগ মানৱ (Naked human) অন্যহাতে আন এটা ছাত্ৰীবাসৰ সেই ছাত্ৰীবাসৰে ছাত্ৰীক পৃথক পৃথক স্থানত কৰা চুৰিকাঘাত বাতৰি সম্প্ৰচাৰ হৈছিল। বাতৰি সম্প্ৰচাৰ পিছতেই আৰক্ষীৰ অভিযান হৈছিল অধিক তীব্ৰতৰ । অভিযানৰ পিছতেই উলংগ মানৱ অমৰ ৰাজকুমাৰ বুলি চিনাক্ত কৰি ইতিমধ্যে গ্ৰেপ্তাৰ হোজাই আৰক্ষী (Hojai Police)ৰ।

Naked Human
Naked Human:

অন্যহাতে ছাত্ৰীক চুৰিকাঘাত সংঘটিত কৰা দুৰ্বিত তিনিটাকো আৰক্ষীৰ তীব্ৰতৰ অভিযানত গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা চাৰিটা দুৰ্বৃত্ত ক্ৰমে সুব্ৰত দাস, গোপাল ৰায়, ৰকী দাস, টিটুমনি ।

hojaiP3 | ASSAM TIMES POST

এই ক্ষেত্ৰত পৃথক পৃথক স্থানৰ পৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰা হোজাই আৰক্ষী যে সষ্টম তাক অৱশ্যে প্ৰমাণ কৰি দেখুৱালে বাতৰি সম্প্ৰচাৰ হোৱা ২৪ঘণ্টাৰ পিছতেই।

hojaiP4 | ASSAM TIMES POST

উল্লেখযোগ্য যে অমৰ ৰাজকুমাৰে নিশা হলেই ছাত্ৰীবাসত প্ৰৱেশ কৰিছিল সেয়ে হোজাই নতুন বজাৰৰ পাছ আলি ৰাজহুৱা স্থানত আৰক্ষীয়ে নি অমৰ ৰাজকুমাৰৰ কি HOJAI PS CASE NO 125/2023 U/S 379/354(B)IPC ধাৰা লগোৱা হল সেয়া প্ৰিন্ট কৰি নিজৰ পোষ্টাৰ নিজেই লগালে বিদ্যুৎৰ খুটিত। আৰক্ষীয়ে লৈ যোৱা আছামিক দেখি ক্ষোভ উজাৰিলে ৰাইজে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: HOJAINaked humanউলংগ মানৱহোজাই
Share6Tweet4Send

Related Posts

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত
Assam

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত

by News Desk
October 29, 2026
51
Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত
Assam

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

by News Desk
October 28, 2026
51
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহ বিৰোধী অভিযানত কাছাৰত গ্ৰেপ্তাৰ ২৭ জন

by News Desk
October 28, 2026
52
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

by News Desk
October 27, 2026
51
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
Assam

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 26, 2026
51
Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক
Assam

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

by News Desk
October 26, 2026
51
ADVERTISEMENT
Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ
National-International

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 30, 2026
50
Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’
National-International

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

October 30, 2026
50
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা
National-International

Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

October 30, 2026
50
Noida : গ্ৰেটাৰ নয়ডাৰ ২৪ মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু, আত্মহত্যা নে দুৰ্ঘটনা?
National-International

Noida : গ্ৰেটাৰ নয়ডাৰ ২৪ মহলাৰ পৰা পৰি পিতৃ-পুত্ৰৰ মৃত্যু, আত্মহত্যা নে দুৰ্ঘটনা?

October 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

Delhi protest : তাৰিখ বা স্থান সলনি কৰক, ৰাহুল গান্ধীৰ পিছত ৰামলীলা ময়দান ৰেলী সন্দৰ্ভত ছোনিয়া গান্ধীলৈ দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 30, 2026
Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

Mock Parliament : শেষ মুহূৰ্তত স্থগিত জ্ঞানেশ কুমাৰৰ অপসাৰণত আয়োজন কৰা ‘নকল সংসদ’

October 30, 2026
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা

October 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d