ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Bokakhat I বোকাখাতত আগন্তুক লোকসভা নিৰ্বাচন তথা কলিয়াবৰ উদ্ধাৰৰ ৰণদুন্দুভি বজালে অগপই

অজন্তা তালুকদাৰঃ বোকাখাত

News Desk by News Desk
March 4, 2023
Reading Time: 1 min read
A A
0
Bokakhat I বোকাখাতত আগন্তুক লোকসভা নিৰ্বাচন তথা কলিয়াবৰ উদ্ধাৰৰ ৰণদুন্দুভি বজালে অগপই

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

বোকাখাত (Bokakhat)ত অগপ-ৰ (AGP) বৃহৎ কৰ্মকৰ্তা সন্মিলনেৰে আৰম্ভ কৰিলে আগন্তুক লোকসভা নিৰ্বাচন (Lok sabha Election)ৰ কুচকাৱাজ। আজি বোকাখাতত অনুষ্ঠিত হয় ১১নং কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ কৰ্মকৰ্তা সন্মিলন।

 লোকসভা নিৰ্বাচন
বোকাখাতত আগন্তুক লোকসভা নিৰ্বাচন ৰণদুন্দুভি বজালে অগপই::

বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত সন্মিলনত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ সকলো কৰ্মকৰ্তা আৰু কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়াৰ লগতে অগপৰ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত আৰু অসম গণ পৰিষদৰ আটাইকেইজন বিধায়ক আজি উপস্থিত হয় বোকাখাতত।

এই সন্দৰ্ভত অগপ সভাপতি অতুল বৰাই সাংবাদিকৰ আগত কয় যে এই বছৰত অগপই প্ৰথমবাৰৰ বাবে লোকসভা কৰ্মী ভিত্তিক সন্মিলন আৰম্ভ কৰিছে। তেওঁ আৰু কয় যে অগপ মিত্ৰজোঁটৰ সৈতেই আছে। আগন্তুক নিৰ্বাচনত মিত্ৰজোঁটৰ সৈতে সমিলমিলেৰে অৱতীৰ্ণ হ’ব। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ অসমৰ মাটিৰ পৰা সমূলঞ্চে উচন হ’ব বুলি উল্লেখ কৰি কয় যে ত্ৰিপুৰা,মনিপুৰ, নাগালেণ্ডৰ নিৰ্বাচনী ফলাফলৰ পাছত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্যই উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ মনত অত্যন্ত আঘাত দিছে আৰু ই অপমানসূচক। ইয়াৰ লগতে উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছৰ ধিমিক ধামাককৈ জ্বলি থকা বন্তি গছীও নুমোৱাৰ ৰাষ্টা কংগ্ৰেছ সভাপতি গৰাকীয়ে নিজেই মুকলি কৰি দিলে বুলি মন্তব্য কৰে।

BOKA5 1 | ASSAM TIMES POST

আনহাতে আজিৰ কৰ্মকৰ্তা সন্মিলনত উপস্থিত অগপ-ৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আজিৰ সন্মিলনত আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে লোৱা কাৰ্যসূচী সন্দৰ্ভত আলোচনা হোৱাৰ কথা ব্যক্ত কৰে। মহন্তই লগতে স্পষ্ট কৰি দিয়ে যে আগন্তুক লোকসভাৰ নিৰ্বাচন মিত্ৰজোঁটৰ মজিয়াৰ পৰাই হ’ব। কলিয়াবৰ লোকসভাৰ সমষ্টিৰ পৰা আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সন্দৰ্ভত সিদ্ধান্ত মিত্ৰজোটৰ আলোচনা মৰ্মেই হ’ব বুলি কয় যদিও পূৰ্বৰে পৰা কলিয়াবৰত অগপ-ৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি আহিছে বুলিও মন্তব্য কৰে।

BOKA6 1 | ASSAM TIMES POST

নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ ভাতৃ মনিমাধৱ মহন্তক পুনৰবাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে।

BOKA3 1 1 | ASSAM TIMES POST

অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ সভাপতিসকল, সাধাৰণ সম্পাদকসকল, আঞ্চলিক সমিতিৰ বিষববীয়া প্ৰমুখ্যে অগপ আৰু ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, দলীয় কৰ্মকৰ্তাসকল আজিৰ সভাত উপস্থিত থাকে।

Tags: AGPBokakhatঅগপবোকাখাত
Share4Tweet3Send

Related Posts

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
Assam Flood Situations : এতিয়াও বানৰ কবলত ২৭ জিলা, বিগত ২৪ ঘণ্টাত বানত মৃত্যু ৫ জনৰ
Assam

Assam CM on flood I মুখ্যমন্ত্ৰী সাহায্য পুঁজিত বৃহস্পতিবাৰেই জমা ১০ কোটিৰো অধিক, সাহায্য পুঁজিৰ ধন খৰচ হ’ব শিৱসাগৰ-চৰাইদেউত

by Staff Reporter
July 31, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam CM flood relief I বানপীড়িত জিলাৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা

by Staff Reporter
July 31, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood I ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত ২ লক্ষাধিক লোক

by Staff Reporter
July 31, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
Assam

Rain alert I অৰুণাচল-নাগালেণ্ডত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী, প্ৰশাসনৰ সতৰ্কবাণী

by Staff Reporter
July 30, 2026
50
Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead
Assam

Assam Crash I Speeding Truck Hits Stationary Vehicle on NH-27 — 2 Dead

by Staff Reporter
July 30, 2026
50
ADVERTISEMENT
Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট
National-International

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
50
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক
National-International

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
50
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু
National-International

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

July 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

Rajasthan army camp tragedy : ৰাজস্থানৰ সেনা শিবিৰৰ সমীপত এছ ইউ ভিৰ সৈতে উটৰ সংঘৰ্ষত নিহত মেজৰ, আহত দুজন লেফটেনেণ্ট

July 31, 2026
Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

Birth death registration bill : বিতৰ্ক অবিহনে লোকসভাত গৃহীত জন্ম-মৃত্যুৰ পঞ্জীয়ন বিধেয়ক

July 31, 2026
Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

Mumbai building collapse : মুম্বাইৰ সমীপত চাৰি মহলীয়া অট্টালিকা খহি কমেও ৯ জনৰ মৃত্যু

July 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx