ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Road accident I মাঞ্জাত শোকাৱহ পথ দুৰ্ঘটনা : কৰ্তব্য পথত স্বাস্থ্যকৰ্মী নিহত

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু

News Desk by News Desk
March 13, 2023
Reading Time: 1 min read
A A
0
Road accident I মাঞ্জাত শোকাৱহ পথ দুৰ্ঘটনা : কৰ্তব্য পথত স্বাস্থ্যকৰ্মী নিহত

RELATED POSTS

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST
অসম চৰকাৰৰ পৰিবহন বিভাগে ৰাজপথত দুৰ্ঘটনা ৰোধ কৰিবলৈ পথ সুৰক্ষা সমিতিৰ লগতে যান-বাহন আৰক্ষীক সষ্টম কৰি ৰাখিলেও প্ৰতিৰোধ হোৱা নাই ৰাজপথৰ দুৰ্ঘটনা৷ জিলা পথ সুৰক্ষা সমিতিয়ে কাৰবি আংলং জিলাৰ ৰাজপথ সমূহত দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ইয়াৰ অংশীদাৰসকলকলৈ সভা-সমিতি আৰু অনান্য পদ্ধতিৰে সজাগতা সৃষ্টি কৰি আহিলেও পাৰ্বত্য জিলাখনত বন্ধ নহ’ল পথ দুৰ্ঘটনা৷

 পথ দুৰ্ঘটনা
মাঞ্জাত শোকাৱহ পথ দুৰ্ঘটনা:

আজি মাঞ্জা (Manja)ৰ সমীপৰ মহংদিজুৱা ৰাজপথ (Mohangdijuwa Highway)ত এগৰাকী স্বাস্থ্যকৰ্মীৰ পথ দুৰ্ঘটনাত অকাল মৃত্যু (Death in accident) হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱাৰ ভাগত মাঞ্জা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ (Primary Health Centre)ৰ দুই স্বাস্থকৰ্মী (health workers)য়ে AS-05-F-6230 নম্বৰৰ স্কুটীৰে লংনিট অভিমুখে গৈ থকা অৱস্থাত পিছফালৰ পৰা আহি থকা AS-05-C-2223 পঞ্জীয়ন নম্বৰৰ ট্ৰাক এখনে অসাৱধান আৰু তীব্ৰ বেগে স্কুটীখন খুন্দিয়াই (Knocking the scooty) দিয়াৰ ফলত পিছফালে বহি থকা নিতু পাঙিঙ নামৰ স্বাস্থ্য কৰ্মীগৰাকী মুৰত গুৰুতৰভাবে জখম প্ৰাপ্ত হয় আৰু থিতাতে অকাল মৃত্যুক সাৱটি লবলগীয়া হয়৷

দুৰ্ঘটনাত স্কুটী চালক হিচাপে থকা আন গৰাকী স্বাস্থ্য কৰ্মীও জখম প্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয় ঘটনাৰ ঘটনাৰ খবৰ লাভ কৰি দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় যদিও চালকজন পলাই যায় বুলি জানিব পৰা গৈছে৷ দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা দিছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Health worker killedMANJAমাঞ্জাস্বাস্থ্যকৰ্মী নিহত
Share16Tweet10Send

Related Posts

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
61
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
61
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
66
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
58
ADVERTISEMENT
Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা
National-International

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

September 18, 2026
51
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

September 18, 2026
51
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

September 18, 2026
53
EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL
Guwahati

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

September 18, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

Kashmir snowfall : কাশ্মীৰত বতৰৰ প্ৰথমটো তুষাৰপাত, বগা চাদৰেৰে আবৃত গুৰেজ উপত্যকা

September 18, 2026
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ

September 18, 2026
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

September 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d