ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Vinayak Damodar Savarkar I ‘সাৱৰকাৰৰ অপমান সহ্য কৰা নহʼব’, মিত্ৰ ৰাহুলক সকীয়ানি শিৱ সৈনিক উদ্ধৱৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 27, 2023
Reading Time: 1 min read
A A
0
Vinayak Damodar Savarkar I ‘সাৱৰকাৰৰ অপমান সহ্য কৰা নহʼব’, মিত্ৰ ৰাহুলক সকীয়ানি শিৱ সৈনিক উদ্ধৱৰ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

বিনায়ক দামোদৰ সাৱৰকাৰক (Vinayak Damodar Savarkar) লৈ কোনো ধৰণৰ অপমানজনক মন্তব্য (derogatory comments) শিৱসেনাই (উদ্ধৱ থাকৰে) (Uddhav Thackeray) সহ্য নকৰে । বালাচাহেব থাকৰেৰ পুত্ৰ উদ্ধৱে দেওবাৰে এই সন্দৰ্ভত ৰাহুল গান্ধী (Rahul Gandhi)ক সকীয়াই দিয়ে । ওৱানাড়ৰৰ সদ্যপ্ৰাক্তন সাংসদগৰাকীক দেশৰ গণতন্ত্ৰ ৰক্ষাৰ যুঁজত মনোনিৱেশ কৰিবলৈ আৰু বিজেপিৰ দ্বাৰা প্ৰৰোচিত নহ’বলৈও আহ্বান জনায়।

 শিৱ সৈনিক
মিত্ৰ ৰাহুলক সকীয়ানি শিৱ সৈনিক উদ্ধৱৰ:

মোডীৰ উপাধিক লৈ আপত্তিজনক মন্তব্য কৰা ৰাহুল গান্ধীক চুৰাট আদালতে দুবছৰৰ কাৰাদণ্ড বিহে। পিছদিনা ৰাহুলক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰা হয়। শনিবাৰে এখন সংবাদমেলত ৰাহুলে বিজেপিক কটাক্ষ কৰি কয়, “মোৰ নাম সাৱৰকাৰ নহয়, মোৰ নাম গান্ধী। গান্ধীয়ে কেতিয়াও কাৰো ওচৰত আত্মসমৰ্পণ কৰা নাই।” ৰাহুলৰ এই মন্তব্যই উত্তেজনাৰ সৃষ্টি কৰে।

rahul gandhi | ASSAM TIMES POSTদেওবাৰে মহাৰাষ্ট্ৰৰ নাছিত এক অনুষ্ঠানত উদ্ধৱে কয় যে সাৱৰকাৰ আমাৰ আদৰ্শ। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুললৈ এক বাৰ্তা প্ৰেৰণ কৰে যে মিত্ৰতা বজাই ৰাখি গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে যুঁজ দিয়াটো গুৰুত্বপূৰ্ণ। তেওঁৰ ভাষাত “১৪ বছৰ ধৰি সাৱৰকাৰে আন্দামানৰ চেলুলাৰ জে’লত কল্পনাতীত নিৰ্যাতন সহ্য কৰিছিল। আমি তেওঁৰ ত্যাগক স্মৰণ কৰিব বিচাৰো। উদ্ধৱে দাবী কৰে যে বিজেপিৰ প্ৰৰোচনাত ৰাহুলে সাৱৰকাৰক লৈ সেই মন্তব্য কৰিছিল। উদ্ধৱে লগতে দাবী কৰে যে যদি এতিয়াই ভাৰতৰ গণতন্ত্ৰ ৰক্ষা নহয় তেন্তে ২০২৪ চনত দেশত শেষবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হʼব।

উদ্ধৱ নেতৃত্বাধীন অবিভক্ত শিৱসেনাই বিজেপিৰ পুৰণি মিত্ৰ হিচাপে মহাৰাষ্ট্ৰত বিগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু নিৰ্বাচনৰ পিছত কেইবাটাও মতানৈক্যৰ বাবে শিৱসেনাই বিজেপিৰ সৈতে মিত্ৰতা এৰি কংগ্ৰেছ আৰু এনচিপিৰ সৈতে মিত্ৰতা কৰে। উদ্ধৱ মুখ্যমন্ত্ৰী আছিল। ২০২২ চনৰ জুলাই মাহত শিৱসেনাৰ বিধায়ক একনাথ শিণ্ডে দলৰ হিন্দুত্ববাদী আদৰ্শৰ লগত আপোচ কৰা বুলি অভিযোগ কৰি দল ত্যাগ কৰে।

শিণ্ডেৰ শিবিৰত যোগদান কৰিলে ৪০ জন বিধায়ক। সংখ্যাৰ পৰা বিচাৰ কৰি শিন্দে শিবিৰক নিৰ্বাচন আয়োগে ‘প্ৰকৃত’ শিৱসেনা হিচাপে স্বীকৃতি দিছিল। মুখ্যমন্ত্ৰীৰ আসন হেৰুৱায়ো উদ্ধৱে কংগ্ৰেছ আৰু এন চি পিৰ সৈতে মিত্ৰতা ভংগ কৰা নাছিল।ইয়াৰ পূৰ্বেও উদ্ধৱৰ ঘনিষ্ঠ শিৱসেনাৰ নেতা সঞ্জয় ৰাৱতেও সৰৱ‌ হৈছিল ৰাহুলৰ সাৱৰকাৰ মন্তব্যক লৈ ।

Tags: Uddhav ThackerayVinayak Savarkarউদ্ধৱ থাকৰে.বিনায়ক সাৱৰকাৰ
Share4Tweet3Send

Related Posts

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

by News Desk
June 24, 2026
50
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব
National-International

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

by News Desk
June 24, 2026
50
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত
National-International

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

by News Desk
June 24, 2026
50
LPG : ৰন্ধন গেছৰ বাবে বাধ্যতামূলক ই-কেৱাইচি

Ayatollah Ali Khamenei’s funeral : ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ তেহৰাণৰ

Heat Weave : প্ৰচণ্ড গৰমৰ কবলত ইউৰোপ : ফ্ৰান্সত ৪০জনৰ মৃত্যু

ADVERTISEMENT
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
50
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব
National-International

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
50
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত
National-International

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

June 24, 2026
Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT