ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

World’s long-lived people I এই ঠাইত মানুহৰ গড় আয়ু ১০০ বছৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 27, 2023
Reading Time: 1 min read
A A
0
World’s long-lived people I এই ঠাইত মানুহৰ গড় আয়ু ১০০ বছৰ

RELATED POSTS

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

পাহাৰৰ পাদদেশৰ ছবিৰ দৰে নিৰিবিলি এক বাসস্থান। সম্পূৰ্ণ জনবসতি পাহাৰেৰে আৱৰা। উক্ত জনবসতিক কেন্দ্ৰ কৰি বিৰাজ কৰিছে নির্মল এক পৰিবেশ ৷ তাৰ লগতে পোৱা যায় আপেল, নাচপতিসহ বিভিন্ন ফল। জনবসতিত উপস্থিত হোৱাৰ মূল পথ পকী হ’লেও পাহাৰৰ পাদদেশ নতুবা ওপৰৰ বিশেষ আকৃতিৰ ঘৰবোৰলৈ যাবলগা হয় মাটিৰ সৰু পথেৰেই। আজাৰবাইজানৰ (Azerbaijan) দক্ষিণৰ টালিছ পর্বতমালাৰ (Talish Mountains) লেৰিক অঞ্চল (Larik Region)ৰ এয়া ছবি। তাৰ বাসিন্দা শিৰালি মুছলুমভ জীয়াই আছিল ১৬৮ বছৰ।

আয়ু ১০০ বছৰ
এই ঠাইত মানুহৰ গড় আয়ু ১০০ বছৰ:

গিনিছ ৱর্ল্ড ৰেকর্ডছতো বিশ্বৰ দীর্ঘজীৱী মানুহ (world’s long-lived people) হিচাবে উঠে তেওঁৰ নাম। আচৰিত কথাটো হৈছে–শিৰালিয়ে তিনিগৰাকী পত্নী বিয়া কৰাইছিল। সন্তানৰ সংখ্যা ২৩। তেওঁ অন্তিম সন্তানটো জন্ম দিছিল ১৩৬ বছৰ বয়সত। শিৰালিৰ দৰেই দীর্ঘ জীৱন লাভ কৰিছে অঞ্চলটোৰ বহুতেই। তেওঁলোকৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈয়েই পাহাৰীয়া এলেকাটিত ১৯৯১ চনত গঢ়ি তোলা হয় বয়স্ক মানুহৰ এক বিৰল মিউজিয়াম। তাতেই সংৰক্ষিত হৈ আছে এইবোৰ তথ্য।

লেৰিকৰ বাৰজাভু গাঁৱৰ বাসিন্দা শিৰালিক কোনোৱে মাতিছিল ‘শিৰালি বাবা’, কোনোৱে আকৌ ‘দাদা শিৰালি’ বুলি। একাধিক সূত্রে জানিব পৰা মতে, শিৰালিৰ জন্ম ১৮০৫ চনত, মৃত্যু ১৯৭৩ চনত। তেওঁৰ পাছপোর্টতো সেই তথ্য পোৱা গৈছে। যিবোৰ সংৰক্ষিত হৈ আছে মিউজিয়ামটোত। দুটা কোঠাৰ মিউজিয়ামটোত দেৱালত বন্ধাই থোৱা হৈছে দীর্ঘজীৱী মানুহবোৰৰ ছবি। কাঁচৰ ভিতৰত সংৰক্ষণ কৰা হৈছে তেওঁলোকৰ ব্যৱহৃত বহু পুৰণি বিভিন্ন আচবাব।

মিউজিয়ামটোৰ তথ্য অনুযায়ী, শিৰালিৰ উপৰি অঞ্চলটোৰ বাসিন্দা মাহমুদ ইভাজভ জীয়াই আছিল ১৫০ বছৰ, মাজিদ আগায়েভ ১৪৫ বছৰ, গিজিল গুলিয়েভা ১৩৪ বছৰ।দীর্ঘ জীৱন লাভ কৰা শিৰালিৰ তিনি পত্নীৰ ভিতৰত এগৰাকীৰ পৰিচয়উইকিপিডিয়াতো পোৱা যায়। খাতুম খানুম নামৰ মহিলাগৰাকীৰ জন্ম ১৮৮৪ চনত। তেওঁৰ মৃত্যু হয় স্বামীৰ মৃত্যুৰ প্রায় ১১ বছৰ পিছত। তেতিয়া তেওঁৰ বয়স হৈছিল ১০৪ বছৰ। অৱশ্যে শিৰালি সঁচাকৈয়ে ১৬৮ বছ ৰজীয়াই আছিলনে, তাকে লৈ বিতর্কও আছে। শিৰালিৰ দীর্ঘ জীৱনৰ বিষয়টি বিশ্বব্যাপী চৰ্চালৈ আহে ১৯৬০ দশকত।

তেওঁৰ জীয়ৰী হালিমা কাম্বাৰোভাৰ বয়স বৰ্তমান ৯৯ বছৰ। এতিয়াও সুস্থ জীৱন-যাপন কৰি আছে। তেওঁ কয়, তেওঁৰ ককায়েক জীয়াই আছিল ১৫০ বছৰ। অৱশ্যে তেওঁ পিতৃৰ দৰে ১৬৮ বছৰ নাবাচিলেও ককায়েকৰ দৰেই দীর্ঘজীৱী হোৱাৰ আশা কৰে।

মিউজিয়ামটোৰ তথ্য মতে, খাদ্যাভ্যাসৰ উপৰি অঞ্চলটোৰ বাসিন্দাসকল দুশ্চিন্তাৰ পৰা মুক্ত থাকে। ভবিষ্যতৰ বাবে বিশেষ একো পৰিকল্পনা বা উদ্বেগ–উৎকণ্ঠা অবিহনেই তেওঁলোকে জীবন-যাপন কৰে। এইবোৰো তেওঁলোকৰ দীর্ঘ জীৱনৰ ৰহস্যৰ অন্যতম বিষয়।

আজাৰবাইজানৰ একাডেমী অব ছায়েন্সেছৰ ফিজিওলজি ইনষ্টিটিউটৰ গৱেষক ড. ছেভিঞ্জ হুছেইনোভাই কয়, দীর্ঘজীৱী মানুহৰ নির্দিষ্ট প্রজন্ম আছে। পৰিবেশগত দিশ ভাল হ’লে মানৱ জিনটো হেৰাই নাযায়। ইয়াক প্রজন্মৰ পিছত প্রজন্মই ধাৰণ কৰে।

২০১৮ চনৰ সংগৃহীত তথ্য অনুযায়ী, সমগ্ৰ আজাৰবাইজানত সেই সময় ৯০ বছৰৰ বেছি বয়স্ক মানুহৰ সংখ্যা আছিল প্রায় ১০ হাজাৰ। আৰু ১০০ বছৰৰ অধিক বয়সৰ মানুহ প্রায় ৮৫০। ইয়াৰে ভিতৰত ৮১৪ গৰাকী মহিলা আৰু মাত্র ২৪ জন পুৰুষ। দেশখনৰ দক্ষিণাঞ্চলীয় ইৰান সীমান্তৱর্তী পাহাৰীয়া লেৰিক অঞ্চলতেই মূলত এইসকল দীর্ঘজীৱী মানুহৰ বসবাস।

১৯৯১ চনৰ পূৰ্বৰ এক তথ্য মতে, কেৱল লেৰিকতেই ১০০ বছৰতকৈ অধিক বয়সৰ দুই শতাধিক মানুহ আছিল। কিন্তু ইয়াৰ পিছৰ পৰা কমিবলৈ আৰম্ভ কৰে দীর্ঘজীৱী লোকৰ সংখ্যা। ২০১৯ চনৰ তথ্য অনুযায়ী, ১০০ বছৰৰ অধিক বয়সৰ লোকৰ ১১ জনলৈ নামি আহে। ইয়াৰ বাবে মোবাইল ফোন আৰু যোগাযোগ টাৱাৰৰ বিকিৰণ আৰু পৰিবেশগত ভাৰসাম্যহীনতাক দোষ দিয়ে স্থানীয় লোকসকলে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AzerbaijanLife expectancylong-lived manআয়ুদীর্ঘজীৱী মানুহ
Share8Tweet5Send

Related Posts

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

by News Desk
October 3, 2026
50
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ
National-International

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

by News Desk
October 3, 2026
50
Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ
National-International

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

by News Desk
October 3, 2026
50
CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই
National-International

CJP protest : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত পুনৰ ৰাজধানী কঁপাব পঁইতাচোৰাই

by News Desk
October 3, 2026
50
FlyDubai case : ওমানে নিষিদ্ধ কৰাৰ পিছতো আক্ৰমণকাৰী পাইলটক ফ্লাইডুবায়ে কিয় নিযুক্তি দিছিল ? প্ৰশ্নৰ আৱৰ্তত বিমান কোম্পানী
National-International

FlyDubai case : ওমানে নিষিদ্ধ কৰাৰ পিছতো আক্ৰমণকাৰী পাইলটক ফ্লাইডুবায়ে কিয় নিযুক্তি দিছিল ? প্ৰশ্নৰ আৱৰ্তত বিমান কোম্পানী

by News Desk
October 3, 2026
50
Protest Against Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে বিক্ষোভত উত্তাল যন্তৰ-মন্তৰ ৭ শতাধিক লোকক গ্ৰেপ্তাৰ
National-International

Protest Against Gyanesh Kumar : জ্ঞানেশৰ বিৰুদ্ধে বিক্ষোভত উত্তাল যন্তৰ-মন্তৰ ৭ শতাধিক লোকক গ্ৰেপ্তাৰ

by News Desk
October 2, 2026
51
ADVERTISEMENT
JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ
National-International

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026
50
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ
National-International

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

October 3, 2026
50
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ
Assam

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

October 3, 2026
50
Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ
National-International

Mother killed : লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰত মাতৃৰ আপত্তি, মাতৃক হত্যা কিশোৰৰ

October 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

JK Infiltrator arrested : নিয়ন্ত্ৰণৰেখাৰ কাঁইটীয়া তাঁৰেৰে ৰাজৌৰীত অনুপ্ৰৱেশ, কিশোৰীক গ্ৰেপ্তাৰ

October 3, 2026
CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

CJP protester death : চিজেপিৰ অনুষ্ঠানত অসুস্থ হৈ চিকিৎসালয়ত মৃত্যু ৭৫ বছৰীয়া প্ৰতিবাদকাৰীৰ

October 3, 2026
Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

Wife attacked husband : টোপনিত স্বামীৰ গুপ্তাংগ কাটি পেলোৱাৰ অপচেষ্টা মহিলাৰ

October 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d