ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Ritrisha Sarma’s New song I “আকুল বিকুল কলিজা” ৰে পুনৰ বাৰ ঋতৃষা শৰ্মাৰ জনপ্ৰিয়তাঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
April 1, 2023
Reading Time: 1 min read
A A
0
Ritrisha Sarma’s New song I “আকুল বিকুল কলিজা” ৰে পুনৰ বাৰ ঋতৃষা শৰ্মাৰ জনপ্ৰিয়তাঃ

RELATED POSTS

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতেই এটি নতুন গীত লৈ আহিছে কণ্ঠশিল্পী ঋতৃষা শৰ্মা (Ritrisha Sarma)। “আকুল বিকুল কলিজা” শীৰ্ষক এটি নতুন গীতেৰে ঋতৃষা শৰ্মাই পুনৰ বাবে নিজ অনুৰাগীক বিহুৰ উপহাৰ দিছে। বহুকেইটা জনপ্ৰিয় গীতত কণ্ঠদান কৰা ঋতৃষা শৰ্মাৰ অনুৰাগীৰ শাৰী দীঘলীয়া। কিছুদিন পূৰ্বৰে পৰা বিভিন্ন নেতিবাচক সমালোচনাৰে ব্যতিব্যস্ত হৈ থাকিলেও কণ্ঠশিল্পী গৰাকীয়ে সদ্যমুক্তিপ্ৰাপ্ত গীতটিত যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

 

উল্লেখ্য যে, “আকুল বিকুল কলিজা” শীৰ্ষক গীতটিৰ ভিডিঅ’ ত প্ৰিয়ম পল্লৱী, বংকিম শইকীয়া, নিতু খনিকৰ আৰু ঋতৃষা শৰ্মাই নিজেই অভিনয় কৰিছে। আনহাতে, গীতটিত কথা আৰু সুৰৰ দায়িত্বত আছে ৰমেন দানহ। সংগীত ব্যৱস্থাপনা কৰিছে প্ৰণয় দত্তই আৰু ভিডিঅ’ পৰিচালনাৰ দায়িত্বত আছে ভাস্বত ভূঞা। গীতটিৰ পোষ্টাৰ ডিজাইন কৰিছে ৰিতুপৰ্ণ বৰাই।

Ritrisha Sarma
Ritrisha Sarma’s New Song “Akul Bikul Kolija”

“ঝুনুকা”, “বুঢ়া তামোলৰে পাগ” ইত্যাদি অসমীয়া গীতেৰে বহুল সমাদৰ লাভ কৰা ঋতৃষা শৰ্মাৰ জনপ্ৰিয়তা কেৱল অসমতেই সীমাবদ্ধ নহয়। তেওঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সমানেই সমাদৃত। তেওঁৰ হিন্দী গীত সমূহে প্ৰায়ে ইউটিউবৰ ট্ৰেণ্ডিঙত থাকি শ্ৰোতা-দৰ্শকক আকৰ্ষণ কৰি আহিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Ritrisha Sarma
Share5Tweet3Send

Related Posts

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩
Entertainment

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

by News Desk
October 19, 2026
51
Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ
Entertainment

Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ

by News Desk
October 19, 2026
51
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
55
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
57
ADVERTISEMENT
Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত
National-International

Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত

October 20, 2026
50
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

October 20, 2026
50
Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ
NORTHEAST

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

October 20, 2026
50
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP leaders arrested : সৌৰভ-আশুতোষৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি, আৰক্ষীৰ জাননীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত নেহা

October 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত

Mohan Bhagawat : অশুভশক্তিয়ে ভাৰতত সময় সলনি কৰিবলৈ চেষ্টা কৰিছে, বিজয়াদশমী উদযাপনত মোহন ভাগৱত

October 20, 2026
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

October 20, 2026
Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

October 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d