ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Guwahati IPL I আজি গুৱাহাটীত বহু চৰ্চিত আইপিএল মেচ, ঘৰুৱা গ্ৰাউণ্ডত ৰাজস্থানৰ বিৰুদ্ধে পঞ্জাৱ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 5, 2023
Reading Time: 1 min read
A A
0
Guwahati IPL I  আজি গুৱাহাটীত বহু চৰ্চিত আইপিএল মেচ, ঘৰুৱা গ্ৰাউণ্ডত ৰাজস্থানৰ বিৰুদ্ধে পঞ্জাৱ

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত অসমৰ দৰ্শকে লাভ কৰিব আইপিএলৰ (IPL) পোনপটীয়া উন্মাদনা উপভোগৰ সুবিধা। আজি গুৱাহাটীত অনুষ্ঠিত হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আইপিএল মেচ। ইতিমধ্যে এই মেচখনক লৈ সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অসম ক্ৰিকেট সন্থাই।আনহাতে, খেলুৱৈ

তথা দৰ্শকে যাতে কোনো ধৰণৰ অসুবিধা লাভ নকৰে তাৰ বাবে সষ্টম আৰক্ষী প্ৰশাসন। আইপিএলৰ অষ্টমখন মেচত বুধবাৰে মুখামুখী হ’ব ৰাজস্থান ৰয়েলছৰ (Rajasthan Royals) আৰু পঞ্জাব কিংছ (Punjab Kings)। দুয়োটা দলেই জয়েৰে আৰম্ভ কৰিছে অভিযান। দ্বিতীয় মেচত জয়লাভ কৰি পইণ্ট তালিকাত শীর্ষস্থান দখলৰে লক্ষ্য থাকিব দুয়োটা দলৰে।
আইপিএল মেচ
আজি গুৱাহাটীত বহু চৰ্চিত আইপিএল মেচ:
বুধবাৰৰ মেচ কোনো দলেই ঘৰুৱা খেল পথাৰত খেলাৰ সুবিধা নাপাব। যদিও গুৱাহাটীক ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড (Home Ground) বুলি কোৱা হৈছে, এইবাৰৰ আইপিএলত নিৰপেক্ষ ষ্টেডিয়ামত এইখনেই প্রথম মেচ। ফলত পৰিচিত উইকেট নাপাব দুয়োটা দলেই।

ৰাজস্থানত আছে অসমৰ ক্রিকেটাৰ ৰিয়ান পৰাগ (Riyan Parag)। ২২ গজৰ চৰিত্র তেওঁ বুজি পায়। সেয়ে ৰাজস্থান দলটো অলপ মনস্তাত্বিকভাৱে আগবাঢ়ি থাকিব। অৱশ্যে শেহতীয়া কেইদিনমানৰ বতৰৰ গতিবিধি লক্ষ্য কৰি মেচখনত বতৰে বিধিপথালি দিয়াৰ সম্ভাৱনা আছে।

Tags: IPLআজি গুৱাহাটীতঘৰুৱা গ্ৰাউণ্ডত ৰাজস্থানৰ বিৰুদ্ধে পঞ্জাৱবহু চৰ্চিত আইপিএল মেচ
Share4Tweet3Send

Related Posts

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx