ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

President of India I বোকাখাতত ৰাষ্ট্ৰপতিক বিপুল আদৰণী : খোজকাঢ়ি স্পৰ্শ ছাত্ৰ-ছাত্ৰীৰ হাত

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
April 6, 2023
Reading Time: 1 min read
A A
0
President of India I বোকাখাতত ৰাষ্ট্ৰপতিক বিপুল আদৰণী : খোজকাঢ়ি স্পৰ্শ ছাত্ৰ-ছাত্ৰীৰ হাত

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজি বোকাখাত (Bokakhat)ত দেশৰ প্ৰথমগৰাকী নাগৰিক। দেশৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰমু (President Draupadi Murmu) উপস্থিত হ’লহি বোকাখাতত। বায়ুসেনাৰ বিশেষ হেলিকপ্টাৰত ৰাষ্ট্ৰপতি গৰাকীয়ে যোৰহাটৰ পৰা আহি অৱতৰণ কৰে বোকাখাত ষ্টেডিয়ামৰ (Bokakhat Stadium) হেলিপেডত। ৰাষ্ট্ৰপতি গৰাকী অৱতৰণত হেলিপেডতে স্বাগতম জনায় ৰাজ্যপাল গুলাবচান্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰীদ্বয় অতুল বৰা আৰু কেশৱ মহন্তই। ইয়াৰ পৰা কেইবাতৰপীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে সন্মানীয় ৰাষ্ট্ৰপতি গৰাকীক আগবঢ়াই অনা হয়।

বোকাখাতত ৰাষ্ট্ৰপতি
বোকাখাতত ৰাষ্ট্ৰপতিক বিপুল আদৰণী:

কিন্তু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পোৱাৰ লগে লগে তেখেতক দৰ্শন কৰিবলৈ ৰৈ থকা হাজাৰ হাজাৰ লোক, ছাত্ৰ-ছাত্ৰী দেখি গাড়ী ৰখাই নিৰাপত্তা বেষ্টনীৰ পৰা ওলাই আহে ৰাষ্ট্ৰপতি। অসমৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ হাতত ধৰি গাত হাত বুলাই প্ৰায় ৪০০ মিটাৰ খোজকাঢ়ি গৈ যেন প্ৰমাণ কৰিলে, দেশপ্ৰেমিকক নালাগে নিৰাপত্তা। মহামান্য ৰাষ্ট্ৰপতিগৰাকীক নিৰ্দিষ্ট গাড়ীত উঠি কাজিৰঙা লৈ যায়। বোকাখাতৰ বিভিন্ন স্থানত গায়ন বায়নকে ধৰি বিভিন্ন থলুৱা সংস্কৃতি প্ৰদৰ্শন কৰে।

বোকাখাতৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰাষ্ট্ৰপতি গৰাকীক কাজিৰঙালৈ নিয়া হয়। কাজিৰঙাত ৰাষ্ট্ৰপতি গৰাকীক ঝমুইৰ নৃত্যৰে উষ্ম আদৰণী জনোৱা হয়। মহামান্য ৰাষ্ট্ৰপতিয়ে কাজিৰঙাত প্ৰায় ৪৫ মিনিট সময় জীপ চাফাৰি কৰি কাজিৰঙাৰ বিনন্দীয়া প্ৰকৃতি উপভোগ কৰে। অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, দুয়োগৰাকী মন্ত্ৰীয়ে কাজিৰঙাত ৰাষ্ট্ৰপতি গৰাকীক সংগ দিয়ে।

Tags: BokakhatDraupadi Murmupresidentmurmuদ্ৰৌপদী মুৰমুবোকাখাত
Share4Tweet3Send

Related Posts

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
ADVERTISEMENT
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ
National-International

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
50
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি
National-International

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

June 18, 2026
50
US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি
National-International

US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx