ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

মাঞ্জাত আৰক্ষীৰ তালাচীত ছেমপ্লেক্স কেপচুলসহ আটক যুৱক

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
April 10, 2023
Reading Time: 1 min read
A A
0
মাঞ্জাত আৰক্ষীৰ তালাচীত ছেমপ্লেক্স কেপচুলসহ আটক যুৱক

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

আজি এক গোপন সূত্ৰৰ ভিত্তিত মাঞ্জা থানা (Manja Police Station)ৰ অ’চি ৰাজু দুৱৰাৰ নেতৃত্বত, উপপৰিদৰ্শক আকাশ গগৈ আৰু মাঞ্জা থানাৰ ষ্টাফৰ সহযোগত মাঞ্জাৰ আই চি ডি পিৰ সমীপৰ ২৯নং ৰাষ্ট্ৰীয় ঘাইপথত বিশেষ নাকা বহোৱা হয় ৷ দেওবাৰে বিয়লি ২-৩০ মান বজাত আমলখী ফালৰ পৰা মাঞ্জা অভিমুখে আহি থকা এজন সন্দেহযুক্ত পথচাৰীক তালাচী চলোৱা হয়। লোকজনক তালাচী চলাই অভিযানকাৰী দলটোৱে লোকজনৰ অন্তৰবাসৰ ভিতৰত লুকুৱাই অনা ৭২টা ছেমপ্লেক্স প্লাছ কেপছুল (Simplex Plus Capsule Seized) জব্দ কৰিবলৈ সক্ষম হয় ৷ ফলত লোকজনক আৰক্ষীয়ে আটক কৰে ৷

manja2 1 | ASSAM TIMES POST

লোকজন মাঞ্জা ডিমাপুৰ পথৰ কুকি কলনিৰ কামলাল চিংচনৰ পুত্ৰ মেলচন চিংচন (২৭)বছৰ বুলি চিনাক্ত কৰা হৈছে৷ উদ্ধাৰ হোৱা ছেমপ্লেক্স প্লাছ কেপছুলখিনি কাৰবি আংলং জিলা উপ-আৰক্ষী অধীক্ষক মুখ্য নাহিদ কৰিশ্মাৰ উপস্থিতিত আৰু নিৰিক্ষণত এনডিপিএছ এক্ট অনুসৰি জব্দ কৰা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

এই সন্দৰ্ভত মাঞ্জা থানাত এনডিপিএছ 22(খ)ৰ অধীনত মাঞ্জা থানাত ১৯/২০২৩ অনুসৰি গোছৰ ৰুজো দি তদন্ত কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ৷

Tags: MANJASimplex Capsuleছেমপ্লেক্স কেপচুলমাঞ্জা
Share4Tweet3Send

Related Posts

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
ADVERTISEMENT
Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা
National-International

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

July 1, 2026
50
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু
National-International

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

July 1, 2026
50
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়
National-International

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

July 1, 2026
50
TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!
National-International

TVK government : তামিলনাডুত ভিয়েৰ নেতৃত্বাধীন টিভিকে চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ!

July 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

Summer Season Parliament : ২০ জুলাইৰ পৰা সংসদৰ বাৰিষা অধিৱেশন : ৩০ দিন ধৰি জিম্মাত থকা মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক স্বয়ংক্ৰিয়ভাৱে অপসাৰণ কৰাৰ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

July 1, 2026
Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

Indian Student : আমেৰিকাত আকস্মিক বানত ভাৰতীয় তথ্য প্ৰযুক্তি পেছাদাৰী-ছাত্ৰৰ মৃত্যু

July 1, 2026
Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

Europe Heatwave : গৰমত গলিছে ইউৰোপৰ ৰাস্তা, কিন্তু কিয়

July 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx