ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ukraine President I ভাৰতৰ পৰা ঔষধ-চিকিৎসা সঁজুলি বিচাৰি মোডীলৈ পত্ৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 12, 2023
Reading Time: 1 min read
A A
0
Ukraine President I ভাৰতৰ পৰা ঔষধ-চিকিৎসা সঁজুলি বিচাৰি মোডীলৈ পত্ৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি (Ukraine President) ভলোডিমিৰ জেলেনস্কিয়ে (Volodymir Zelensky) ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)লৈ চিঠি লিখি ঔষধ আৰু চিকিৎসা সঁজুলি (Medicines and medical equipment) প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে। এই কথা বুধবাৰে প্ৰকাশ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।

তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে ইউক্ৰেইনৰ উপ-বিদেশ মন্ত্ৰী এমিন জাপাৰোভা। জানিব পৰা মতে, বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীৰ সৈতে হোৱা বৈঠকত তেওঁ এই কথা কয়। কেৱল ঔষধ বা চিকিৎসা সঁজুলিয়েই নহয়, জাপাৰোভাই ভাৰতীয় কোম্পানীসমূহক ইউক্ৰেইনৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈও আহ্বান জনায়।

 মোডীলৈ পত্ৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ
ভাৰতৰ পৰা ঔষধ-চিকিৎসা সঁজুলি বিচাৰি মোডীলৈ পত্ৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ:

উল্লেখযোগ্য যে ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসন এতিয়াও ৰোধ কৰিব পৰা হোৱা নাই। বিশেষজ্ঞসকলে কয় যে দীৰ্ঘম্যাদী ভিত্তিত যুদ্ধখন টিকাই ৰাখিবলৈ প্ৰয়োজনীয় শক্তিশালী অৰ্থনীতি ইউক্ৰেইনত নাই। আমেৰিকা বা পশ্চিমীয়া দেশৰ পৰা সাহায্য আহি আছে যদিও ই মূলতঃ সামৰিক। যুদ্ধৰ পৰিবেশত দেশৰ সাধাৰণ জনতাৰ জীৱন ক্ৰমাৎ কঠিন হৈ পৰিছে। এই দৃশ্যপটত ভাৰতলৈ আহি বিনিয়োগৰ বাৰ্তা দিয়াটো বেলেগ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হয়।

ইউক্ৰেইন-ৰাছিয়া যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ভাৰতৰ স্থিতি স্পষ্ট হৈ পৰিছে। ভাৰতে সদায় কৈ আহিছে যে যুদ্ধ নহয়, সমাধানৰ বাবে দুয়োপক্ষই আলোচনাৰ মেজত বহিব লাগে। পশ্চিমৰ বহুতে যিটোক ৰাছিয়া সমৰ্থক স্থিতি বুলি অভিহিত কৰিছে। কিন্তু ভাৰতে নিজৰ স্থিতি সলনি কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাই। বিপৰীতে যুদ্ধৰ বাবে নতুন দিল্লীয়ে সস্তাতে ৰাছিয়াৰ তেল ক্ৰয় কৰিবলৈ সক্ষম হৈছে। যিটো নতুন দিল্লীৰ বাবে যথেষ্ট সকাহ। এনে পৰিস্থিতিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি ঔষধ আৰু চিকিৎসা সঁজুলি প্ৰেৰণ কৰিবলৈ অনুৰোধ জনায়।

Tags: Letter to ModiukraineVolodymir Zelenskyভলোডিমিৰ জেলেনস্কিমোডীলৈ পত্ৰ
Share4Tweet3Send

Related Posts

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

by News Desk
August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

by News Desk
August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

by News Desk
August 13, 2026
50
Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
50
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

ADVERTISEMENT
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

August 13, 2026
50
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati
NORTHEAST

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

August 13, 2026
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT