ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Sachin Tendulkar I জীৱনৰ ‘হাফ‌ চেঞ্চুৰি’ অতিক্ৰম শচীনৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 24, 2023
Reading Time: 1 min read
A A
0
Sachin Tendulkar I জীৱনৰ ‘হাফ‌ চেঞ্চুৰি’ অতিক্ৰম শচীনৰ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

শচীন (Sachin)ৰ অৰ্ধশতৰাণ। পিছে বাইশ গজত নহয়, এইবাৰ জীৱনৰ কেনভাছত। মাষ্টাৰ ব্লাষ্টাৰৰ (Master Blaster) বয়স হʼল ৫০ বছৰ (50 Years)। জন্মদিনৰ আগৰ এটা অনুষ্ঠানলৈ আহি শচীনে কয়, “বয়স আচলতে মাত্ৰ এটা সংখ্যা। জীৱনৰ বেটিঙত পঞ্চাশ কৰা মানে আৰু এটা অৰ্ধশতক। ইয়াতকৈ বেছি একো নাই।” শচীনে বিশেষ একো নক’লেও, পৃথিৱীৰ শ্ৰেষ্ঠ বেটছমেনৰ জন্মদিন, সেয়াও পঞ্চাশ বছৰ, অনুৰাগীসকল বহি থাকিব পাৰিবনে?

মুম্বাই ইণ্ডিয়ানছৰ পঞ্জাবৰ বিৰুদ্ধে খেলৰ পূৰ্বে মাষ্টাৰ ব্লাষ্টাৰৰ জন্মদিন (Master Blaster’s Birthday) উদযাপন কৰা হয়। শচীনে কেক কাটে (Sachin cuts the cake)। ৱাংখেড়ৰ ষ্টেডিয়ামত ত্ৰিশ হাজাৰ দৰ্শকে নিজৰ আসনত শচীনৰ সান্নিধ্য পালে। গোটেই ষ্টেডিয়ামখনেই এটা সময়ত শচীনময় হৈ পৰে। সেয়া চাবলগীয়া দৃশ্য আছিল। শচীন আৰু তেওঁৰ পুত্ৰ অৰ্জুন আইপিএলত ব্যস্ত। গতিকে পত্নী অঞ্জলি আৰু কন্যা ছাৰাই বৰ্তমানৰ বাবে পৰিয়ালৰ নিশাৰ আহাৰ স্থগিত ৰাখিছে। তেনেকৈয়ে ভবা হৈছিল।

sachin tendulkar
জীৱনৰ ‘হাফ‌ চেঞ্চুৰি’ অতিক্ৰম শচীনৰ:

কিন্তু জন্মদিনৰ দিনা শচীনে কৰা এটা পোষ্ট দেখাৰ পিছত এনে লাগিল যে কিংবদন্তিজনে পৰিয়ালৰ সৈতে ৫০ বছৰীয়া জন্মদিনটো উপভোগ কৰি আছে। দুপৰীয়া ১২ মান বজাত শচীনে নিজৰ ফেচবুক পেজত এখন ছবি পোষ্ট কৰে। চুইমিং পুলৰ দাঁতিত বহি কাপ এটাত চুমুক দি থকা দেখা গৈছে। সন্মুখত কেইজোপামান গছ আৰু কিছুমান টাইলছৰ চাল। দূৰৈত নীলা সাগৰ। কেপচনত লিখা আছে, ‘টি টাইম : ৫০ নট আউট।’ দেখাত শচীনে কেৰালাত জন্মদিন পালন কৰিছে। যদিও তেওঁ পৰিয়ালটোৰ কোনো ছবি নিদিলে। ১০০ টা শতকৰ মালিক, অসংখ্য অৰ্ধশতকো আছে।

SACHIN | ASSAM TIMES POST

কিন্তু এইটোৱেই তেওঁৰ আটাইতকৈ লেহেমীয়া পঞ্চাশ, অনুভৱ কৰে শচীনে। ১৯৮৯ চনৰ ১৫ নৱেম্বৰৰ পৰা তেওঁ বিশ্ব ক্ৰিকেটত যাত্ৰা আৰম্ভ কৰে। তেওঁৰ বয়স আছিল তেতিয়া মাত্ৰ ১৬ বছৰ। ভাৰতীয় ক্ৰিকেটৰ ‘ৱাণ্ডাৰ বয়’জনে ১০ বছৰ পূৰ্বে খেল এৰিছে। শচীনে ২০১৩ চনৰ নৱেম্বৰ মাহত মুম্বাইত অন্তিম টেষ্টখন খেলিছিল। কিন্তু তথাপি এতিয়াও চকু মুদিলেই সেই ট্ৰেডমাৰ্ক ষ্ট্ৰেইট ড্ৰাইভ, ক’ভাৰ ড্ৰাইভ আপোনাৰ চকুৰ সন্মুখত ভাঁহি থাকিব। ১০০ শতকৰ মালিকৰ বয়স এতিয়া ৫০ বছৰ। কুশলে থাকক শচীন।

Tags: sachinSachin's Birthdayশচীনশচীন জন্মদিন
Share4Tweet3Send

Related Posts

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx