ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Nitish Kumar | প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নহয় নীতিশ কুমাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 25, 2023
Reading Time: 1 min read
A A
0
Nitish Kumar | প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নহয় নীতিশ কুমাৰ

RELATED POSTS

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

তৃণমূল নেত্ৰী মমতা বেনাৰ্জীৰ (Mamta Banerjee) সৈতে আলোচনাৰ পিছত উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত উপস্থিত হয় বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ (Nitish Kumar)। সহযোগী আৰজেডি মুৰব্বী লালু প্ৰসাদৰ (Lalu Prasad) পুত্ৰ তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ (Tejaswi Yadav)। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ (Akhilesh Yadav) সৈতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী মিত্ৰজোঁটৰ বাৰ্তা সন্দৰ্ভত এক বৈঠকত মিলিত হয়।

Nitish Kumar
প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নহয় নীতিশ কুমাৰ

সোমবাৰে নিশা অনুষ্ঠিত বৈঠকৰ অন্তত নীতিশে স্পষ্ট কৰি দিয়ে যে তেওঁ প্ৰধানমন্ত্ৰী পদৰ যোগ্য নহয়। তেওঁ কয়, “ক্ষমতা আৰু পদৰ প্ৰতি মোৰ কোনো লোভ নাই, দেশৰ মংগলৰ বাবে কাম কৰিবলৈ চেষ্টা কৰিম। আজি মই স্পষ্টকৈ কʼব বিচাৰিছো, মই প্ৰধানমন্ত্ৰীৰ পদৰ দাবীদাৰ নহয়।” লোকসভা নিৰ্বাচনৰ বিৰোধী জোঁটৰ ‘মুখ’ কোন হ’ব? নীতিশৰ উত্তৰ, “যিদিনা আমি এখন মঞ্চলৈ আহিম, আমি আমাৰ নেতাও বাছি ল’ম।”

707994 686768 nitish kumar | ASSAM TIMES POST

উল্লেখযোগ্য যে সোমবাৰে বিয়লি নৱান্নত অনুষ্ঠিত বৈঠকৰ পাছত মমতা আৰু নীতিশ-তেজস্বীয়ে বিৰোধীৰ ঐক্য শক্তিশালী কৰাৰ আহ্বান জনায়। সংবাদ মাধ্যমৰ সন্মুখত মমতাই পোনপটীয়াকৈ নীতিশক বিৰোধীৰ সৈতে বৈঠক আহ্বান কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। ১৯৭৭ চনত বিৰোধী মিত্ৰজোঁটৰ স্থপতি বিহাৰৰ নেতা জয়প্ৰকাশ নাৰায়ণৰ কথা উল্লেখ কৰি মমতাই কয়, “মই নীতিশজীক অনুৰোধ কৰিছো, পাটনাত বিৰোধী সভা আহ্বান কৰক।”

কাকো বিৰোধীৰ নেতা হিচাপে গ্ৰহণ কৰাত আপত্তি নাই বুলি ইংগিত দি মমতাই কয়, “আমাৰ মাজত কোনো অহং ভাব নাই। আমি সকলোৱে এক।” একে সময়তে তেওঁ বিজেপিক আক্ৰমণ কৰি কয়- “বিজেপি হিৰো হৈ গৈছে, জিৰো হৈ যাব।” নীতিশৰ সৈতে হোৱা বৈঠকৰ অন্তত অখিলেশে বিৰোধী মিত্ৰতা শক্তিশালী কৰাৰ বাবেও আহ্বান জনায়। তেওঁ কয়, “বিজেপিয়ে দেশৰ গণতান্ত্ৰিক মূল্যবোধ ধ্বংস কৰিবলৈ অহৰহ চেষ্টা চলাই আছে। নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি আৰু দৰিদ্ৰতাৰ পৰা দেশক বচাবলৈ আমি সকলোৱে ভাৰতবাসীৰ সৈতে থিয় দিছো। আমি বিচাৰো বিজেপি চৰকাৰক বিদায় দিয়ক আৰু দেশ জীয়াই থাকক।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Nitish Kumar
Share4Tweet3Send

Related Posts

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী
National-International

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

by News Desk
October 31, 2026
53
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ
National-International

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

by News Desk
October 31, 2026
51
Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা
National-International

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

by News Desk
October 31, 2026
51
Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান
National-International

Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান

by News Desk
October 31, 2026
52
ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ
National-International

ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ

by News Desk
October 31, 2026
51
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা
National-International

Joshimath copter crashed : যোশীমঠৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, উত্তৰাখণ্ডত ১০ বছৰত ১৩টা দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু

by News Desk
October 30, 2026
51
ADVERTISEMENT
DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি
KARBI ANGLONG

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

November 1, 2026
64
“Assam Police Seizes Rs 7 Crore Worth of Illegal Drugs in Cachar District”
Assam

Drugs Seized : হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সফলতা, জব্দ ১২ হাজাৰ য়াবা টেবলেট; এজনক আটক

November 1, 2026
53
Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
BREAKING NEWS

Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

November 1, 2026
51
Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী
National-International

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

October 31, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

DGC : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ জীৱন ইংতি

November 1, 2026
“Assam Police Seizes Rs 7 Crore Worth of Illegal Drugs in Cachar District”

Drugs Seized : হাইলাকান্দিত আৰক্ষীৰ বৃহৎ সফলতা, জব্দ ১২ হাজাৰ য়াবা টেবলেট; এজনক আটক

November 1, 2026
Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

Road Accident : মহানগৰীৰ বৰবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

November 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d