Unidentified Dead Bodies I ডিফুৰ সমীপৰ নৈলালংত অচিনাক্ত ৰেলে কটা মৃতদেহ উদ্ধাৰ ৷ চিনাক্তকৰণৰ বাবে ৭২ মৰ্গত সংৰক্ষণ মৃতদেহ
আজি পুৱাৰ ভাগতে ডিফুৰ সমীপৱৰ্তী নৈলালং ৰেল ষ্টেচনৰ ৰেল লাইনত( railway tracks)এটি ৪৫ বছৰীয়া অচিনাক্ত পুৰুষ লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে ...







