Assam Book Fair I ২০ লক্ষ্যাধিক বিক্ৰিৰে অসম গ্ৰন্থমেলাৰ সফল সামৰণি ,মানসিক সুস্বাস্থ্যৰ বাবে গ্ৰন্থই হৈছে একমাত্ৰ পথঃ অনুৰাধা শৰ্মা পূজাৰী
ডিফু, ১২ ফেব্ৰুৱাৰীঃ অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত তথা কাৰবি আংলং জিলা(Karbi Anglong) প্ৰশাসনৰ ...








