বোকাখাতত জনতাৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘ভাৰত ৰত্ন’ প্ৰদান কৰাৰ দাবীৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দেশৰ প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ:
জনতাৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু, হাৰ্টথ্ৰ'ব জুবিন গাৰ্গক (Zubeen Garg) মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন' প্ৰদান কৰাৰ দাবীৰে ...








