Zubeen Garg death case I আৰক্ষীৰ জিম্মা শেষ, বাক্সাৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ শ্যামকানু, সিদ্ধাৰ্থসহ জুবিনৰ মৃত্যুৰ অভিযুক্ত পাঁচজনক
অৱশেষত আৰক্ষীৰ জিম্মাৰ সমাপ্ত হ'ল জুবিন গাৰ্গ (Zubeen Garg) মৃত্যু গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি ...







