Donald Trump I চোৰাংচোৱাৰ প্ৰতিবেদনত ইৰাণে হত্যাৰ ষড়যন্ত্ৰ ৰচনাৰ প্ৰতিবেদন পোৱাৰ পিছত ট্ৰাম্পে সলনি কৰিলে বিমান
ইৰাণে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। আমেৰিকাৰ সংবাদ মাধ্যম ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে ...







