নগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° ভূবন চন্দ্ৰ চুতীয়াক অসম কলেজ শিক্ষক সন্থাৰ গৱেষণা আৰু উদ্ভাৱনী বঁটা প্ৰদান:
উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অসম কলেজ শিক্ষক সন্থাৰ ৬৭ সংখ্যক অধিৱেশনত নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী ...







