ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

নগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° ভূবন চন্দ্ৰ চুতীয়াক অসম কলেজ শিক্ষক সন্থাৰ গৱেষণা আৰু উদ্ভাৱনী বঁটা প্ৰদান:

জিতেন বৰকটকী:নগাঁও

ASSAM TIMES POST by ASSAM TIMES POST
December 30, 2022
Reading Time: 1 min read
A A
0
নগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° ভূবন চন্দ্ৰ চুতীয়াক অসম কলেজ শিক্ষক সন্থাৰ গৱেষণা আৰু উদ্ভাৱনী বঁটা প্ৰদান:

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অসম কলেজ শিক্ষক সন্থাৰ ৬৭ সংখ্যক অধিৱেশনত নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড: ভুৱন চন্দ্ৰ চুতীয়াক অসম কলেজ শিক্ষক সন্থাৰ গৱেষণা আৰু উদ্ভাৱনী বঁটা প্ৰথম বাৰৰ বাবে প্ৰদান কৰা হয় ।

 ড° ভূবন চন্দ্ৰ চুতীয়াক অসম কলেজ শিক্ষক সন্থাৰ গৱেষণা আৰু উদ্ভাৱনী বঁটা প্ৰদান:
ড° ভূবন চন্দ্ৰ চুতীয়াক অসম কলেজ শিক্ষক সন্থাৰ গৱেষণা আৰু উদ্ভাৱনী বঁটা প্ৰদান::

এই বঁটাত এক লাখ টকা সহ মান পত্ৰ আৰু বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে প্ৰাণী বিজ্ঞানী ড° চুতীয়াই বিশেষ পদক্ষেপৰ অংশীদাৰ হৈ অবিভক্ত নগাঁও জিলাৰ ১০-১২খন গাঁৱৰ দুই শতাধিক উদ্যোগী মহিলাই ৰেচম এৰী বস্ত্ৰ উৎপাদন, এৰী লেটাৰে খাদ্য প্ৰস্তুত কৰি এক বিপ্লৱৰ সূচনা কৰে। ড° চুতীয়াই সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে এৰী ৰেচম পলু পালনেৰে স্বাৱলম্বিতাৰ দিক দৰ্শন কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে নৱ প্ৰজন্মৰ মাজত ক্ৰমান্বয়ে এলাগী হ’বলৈ ধৰা ৰেচম পলুৰ বৈজ্ঞানিক ভাৱে পালন আৰু বস্ত্ৰ উৎপাদনৰ যোগেদি দুই শতাধিক মহিলাৰ স্বাৱলম্বীতাৰ বাট দেখুৱাই গ্ৰাম্যাঞ্চলৰ পলু পালকৰ ক্ষেত্ৰখনলৈ অধ্যাপক গৰাকীয়ে আশাৰ বাৰ্তা কঢ়িয়াই আনিছে।উল্লেখ্য যে অবিভক্ত নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ কেইবাখনো গাঁৱত পূৰ্বৰে পৰা পৰম্পৰাগত ভাৱে অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ এৰী পলু পালন আৰু বস্ত্ৰ উৎপাদনৰ কাম চলি আছিল যদিও সময়ৰ সোঁতত ক্ৰমান্বয়ে ই এলাগী হ’বলৈ ধৰে।

কিন্তু বহু সম্ভাৱনাপূৰ্ণ এৰী শিল্পৰ পুণৰুজ্জীৱিতকৰণ আৰু উত্তৰণৰ বাবে একক ভাৱে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি গৱেষক তথা প্ৰাণী বিজ্ঞানী ড: চুতীয়া এই ক্ষেত্ৰত যথেষ্ট সফলো হয়। বিশেষকৈ ৰং বিৰঙৰ কাপোৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এৰী সূতাত প্ৰাকৃতিক আৰু জৈৱিক ৰং ব্যৱহাৰ কৰাৰ পদ্ধতি গ্রহণ কৰা হয়।শিপিনী সকলে নিজে উৎপাদন কৰা এৰী সূতাত প্ৰাকৃতিক ভাৱে উপলব্ধ বিভিন্ন ৰং যেনে- হালধি, শেৱালি ফুল, কঠাল, তামোল, ডালিম, জেতুকা, লা, সেন্দুৰ, নীল, মাছৰ পিত্তৰ পৰা তৈয়াৰ কৰা জৈৱিক ৰং দি সেই সূতাৰে ৰং বিৰঙৰ এৰী বস্ত্ৰ প্ৰস্তুত কৰা হয় ।

এই ৰং বিৰঙৰ বস্ত্ৰই বজাৰ দখল কৰিবলৈকো সক্ষম হৈছে।স্মৰ্তব্য যে মৰিগাঁও জিলাৰ মায়ঙৰ বঙালবড়ী গাঁৱৰ শিপিনী সকলে জ্যোতিময়ী মাছাৰীৰ নেতৃত্বত নতুন দিল্লীত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অংশগ্ৰহণ কৰে। আনহাতে উক্ত বাণিজ্য মেলাত এৰী সূতাত প্ৰাকৃতিক আৰু জৈৱিক ৰং ব্যৱহাৰ কৰি তৈয়াৰ কৰা এৰী বস্ত্ৰই বাণিজ্যিকভাৱে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।আনকি ফ্ৰান্স, অষ্ট্ৰেলিয়া আদি দেশৰ গ্ৰাহকৰ পৰাও ৰং বিৰঙৰ এৰী বস্ত্ৰৰ বাবে আগতীয়া অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হয়।

প্ৰাণী বিজ্ঞানী ড° চুতীয়াৰ পৰামৰ্শ ক্ৰমে গোট সমূহে এৰী পলু পুহি এৰী বস্ত্ৰ তৈয়াৰ কৰাৰ লগতে বহুমুখী ব্যৱসায় গঢ়ি তোলাৰো আঁচনি গ্ৰহণ কৰিছে। এই প্ৰশংসনীয় পদক্ষেপৰ বাবে ড: চুতীয়াক অসম কলেজ শিক্ষক সন্থাৰ গৱেষণা আৰু উদ্ভাৱনী বঁটা প্ৰদান কৰা বুলি জানিব পৰা গৈছে ।এই বঁটা গ্ৰহণ কৰি ড° চুতীয়াই ভৱিষ্যতে দুগুন উৎসাহেৰে কাম কৰি যাব বুলি মন্তব্য কৰাৰ লগতে অসম কলেজ শিক্ষক সন্থা আৰু নগাঁও মহাবিদ্যালয়ৰ পৰিয়ালক কৃতজ্ঞতা জ্ঞাপন কৰে।

Tags: উদ্ভাৱনী বঁটা প্ৰদান
Share4Tweet3Send

Related Posts

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

by News Desk
July 13, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

by News Desk
July 11, 2026
50
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে
Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

by News Desk
July 10, 2026
50
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
ADVERTISEMENT
Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল
National-International

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
50
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬
National-International

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026
50
NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ
National-International

NASA : মহাকাশলৈ ৰাওনা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব ৮ মাহ

July 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

Sonam Wangshuk : সোণম ৱাংচুকক জোৰকৈ খুৱাব লাগিব, চিকিৎসালয়লৈ নিব লাগিব; অনশনৰ ১৮ দিনত আদালতত গোচৰ দাখিল

July 15, 2026
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

July 15, 2026
PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

PoK attack : নিৰস্ত্ৰ সমাবেশৰ ওপৰত নিৰ্বিচাৰ গুলীচালনাত পাক অধিকৃত কাশ্মীৰত নিহত কমেও ৬

July 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx